• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ পৰিৱৰ্তনৰ বতাহে ঢুকি নাপালে চামগুৰিৰ ন’নৈ চাহ বাগিচা সংযোগী পথৰ জৰাজীৰ্ণ কাঠৰ দলং খনক

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
February 24, 2021 2:29 pm
bhaba
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচন, নিৰ্বাচনী অধিসূচনা জাৰি হ’বৰ বাবে মাজত মাথো কেইটামান দিন বাকী।

ৰাজ্যৰ প্ৰায় সকলোতে ৰাজনৈতিক নেতা সমূহ ব্যস্ত আধাৰশিলা স্থাপন তথা চৰকাৰী আঁচনি উন্মোচনত।

Apply Now

কিন্তু এনে সময়তো সেই সকল ৰাজনৈতিক নেতাৰ চকুত নপৰিলে নিজৰ সমষ্টিৰে বহুবোৰ অঞ্চলৰ দুৰৱস্থা, আজিকোপতি কোনো আঁচনিয়ে ঢুকি নাপালে বিশেষ কিছু অঞ্চলৰ জৰাজীৰ্ণ দলং, বাট-পথ ইত্যাদি।

অনুৰূপ সীমাহীন দুৰ্দশাৰ মাজত দিন কটাবলৈ বাধ্য হৈছে চামগুৰিৰ উদমাৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ন’নৈ চাহ বাগিচা অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে।

ন’নৈৰ পৰা চামগুৰি সংযোগী এটা বিশেষ পথৰ ওপৰত থকা এখন গুৰুত্বপূৰ্ণ কাঠৰ দলংৰ অতি জৰাজীৰ্ণ অৱস্থাৰ বাবে সম্প্ৰতি জীয়াতু ভুগিব লগীয়া হৈছে সেই পথেৰে নিতৌ যাতায়ত কৰিব লগীয়া হোৱা বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক লোকে তথা মহিলা-শিশুকে আদি কৰি কন-কন স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে।

কেৱল মাত্ৰ দুই-তিনি ডাল মান কঁপি থকা লোহাৰৰ ওপৰত পৰিত্যক্ত ৰূপত থকা অৱশিষ্ট কেইডালমান কাঠৰ বাবে এতিয়া দলংখনত সৃষ্টি হৈছে বৃহৎ আকৃতিৰ ফাঁক।

যি খন দলংৰে বাহনলৈতো দূৰৰে কথা দিনতে খোজকাঢ়িও পাৰ হোৱাতো অতি বিপদসঙ্কুল হৈ পৰিছে ৰাইজৰ বাবে।

প্ৰায় বিশ বছৰ পূৰ্বে বিধায়ক ৰকিবুল হুছেইনে উদ্ঘাটন কৰা দলং খন মেৰামতিৰ বাবে ৰাইজে বহুবাৰ আহ্বান জনোৱাৰ পিছতো পুনৰাই ঘূৰি চোৱা নাই খোদ বিধায়ক গৰাকীয়েই। ইফালে মন্ত্ৰী কেশৱ মহন্তয়ো এবছৰ পূৰ্বে দলং খন মেৰামতি অথবা পকীকৰণৰ ব্যৱস্থা কৰি দিব বুলি ৰাইজক প্ৰদান কৰি যোৱা প্ৰতিশ্ৰুতিয়ো যেন অসাৰ প্ৰতিপন্ন হোৱা দেখা পোৱা গৈছে বৰ্তমান সময়ত।

যাৰ বাবে গৃহ সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে চুড়ান্ত ক্ষোভ প্ৰকাশ তথা গৰিহণা প্ৰদান কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ স্থানীয় নেতৃত্বৰ লগতে ক্ষুব্ধ ভুক্তভোগি ৰাইজে।

অৱশ্যে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই অতি শীঘ্ৰে এই বিশেষ জৰাজীৰ্ণ দলং খনৰ পকীকৰণৰ কাম আৰম্ভ কৰিবৰ বাবে চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে।

অন্যথা অসন্তুষ্ট স্থানীয় ৰাইজে আনাগত সময়ত ইয়াৰ প্ৰতিবাদ স্বৰূপে তীব্ৰ আন্দোলনৰ কাৰ্য্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd