• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব ঘনচিৰিকা দিৱস : জি এম ডি এৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি কাননত সজাগতা অনুষ্ঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2018 2:55 pm
ঘনচিৰিকা দিৱস
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো ২০ মাৰ্চৰ দিনটো বিশ্ব ঘনচিৰিকা দিৱস হিচাপে পালন কৰাৰ উদ্দেশ্যে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ জি এম ডি এয়ে কেইবাটাও স্বেচ্ছাসেৱী সংগঠন আৰু এনজিঅ’ৰ যৌথ সহযোগত শ্ৰদ্ধাঞ্জলি কাননত এক সজাগতা অনুষ্ঠান আয়োজন কৰে।

সজাগতা অনুষ্ঠানটোত আয়োজক সকলে প্ৰায় ৭০০ চৰাইৰ সজা অনুষ্ঠানটোত উপস্থিত লোক সকলৰ মাজত বিতৰণ কৰে যাতে মানুহৰ ঘৰুৱা জীৱনত ঘনচিৰিকা চৰাইৰ সজাগতা বৃদ্ধি পায়। লগতে এই ঘনচিৰিকা চৰাই সমূহ কিদৰে সংৰক্ষণ কৰিব পাৰি সেই বিষয়টো বাখ্যা আগবঢ়াই।

Apply Now

জি এম ডি এৰ সভাপতি এম অংগমুথু সজাগতা অনুষ্ঠানটোত উপস্থিত থাকি কয় যে উত্তৰ-পূৰ্বাঞ্চল জৈৱ বৈচিত্ৰ্যত চহকী ঠাই। লগতে তেওঁ কয় যে দেশৰ অন্য ডাঙৰ মহানগৰীতকৈ গুৱাহাটী মহানগৰীত ডাঙৰ মহানগৰী হোৱাৰ ফলত ইয়াত উদ্ভিদ আৰু প্ৰাণীৰ সংখ্যাও বেছি।

তাৰোপৰি সভাপতি অংগমুথুয়ে কয় যে গুৱাহাটী মহানগৰীৰ এই জৈৱ-বৈচিত্ৰ্যপূৰ্ণ ধাৰা ধৰি ৰখাতো মহানগৰবাসীৰ দায়িত্ব আৰু ইয়াক ভৱিষ্যতৰ দিনত আৰু উন্নতিৰ পথত আগবঢ়াই নিয়াতোও মহানগৰবাসীৰ দায়িত্ব বুলি কয়।

সভাপতি গৰাকীয়ে আজিৰ সজাগতা অনুষ্ঠানটো জনসাধাৰণৰ মাজত ঘনচিৰিকা চৰাই সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্য আয়োজন কৰা হয় বুলি জানিবলৈ দিয়ে।

আনহাতে অনুষ্ঠানত উপস্থিত থকা স্বেচ্ছাসেৱী সংগঠনৰ সদস্য সকলে কয় যে মহানগৰীত বিভিন্ন প্ৰজাতিৰ ২২০ বিধ ঘনচিৰিকা চৰাই থকাটো মহানগৰবাসীৰ বাবে সু-খবৰ। লগতে তেওঁলোকে এই সমূহক সংৰক্ষণৰ বাবে চেষ্টা চলাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

July 2, 2026 3:13 pm
বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm
নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

July 2, 2026 1:30 pm
ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

July 2, 2026 3:13 pm
বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd