• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হাম দো হামাৰে দো : প্ৰধানমন্ত্ৰীক পুনৰ সমালোচনা ৰাহুল গান্ধীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2021 8:05 am
rahul-
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহমেদাবাদৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামক নিজৰ নামত নামাকৰণ কৰাৰ উপৰিও খেলপথাৰৰ ‘ৰিলায়েন্স’ আৰু ‘আদানি’ৰ নামত বলিং ইণ্ড দুটা নামাকৰণ কৰাৰ বাবে সমালোচনা কৰিছে।

‘‘সত্যটো সুন্দৰভাৱে প্ৰকাশ হৈ পৰিল- নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আদানী ইণ্ড, ৰিলায়েন্স ইণ্ড।’’ গান্ধীয়ে হিন্দীত লিখা এটা টুইটত এইদৰে কয়।

Apply Now

सच कितनी खूबी से सामने आता है।

नरेंद्र मोदी स्टेडियम
– अडानी एंड
– रिलायंस एंड

जय शाह की अध्यक्षता में!#HumDoHumareDo

— Rahul Gandhi (@RahulGandhi) February 24, 2021

টুইটটোত ‘‘হাম দো হামাৰে দো’’ হেছটেগো তেওঁ ব্যৱহাৰ কৰে- যিটো সংসদৰ বাজেট অধিৱেশনত চৰকাৰৰ অৰ্থনৈতিক নীতিক সমালোচনা কৰোতে তেওঁ উল্লেখ কৰিছিল।

এই ‘হাম দো হামাৰে দো’ৰে গান্ধীয়ে ৰিলায়েন্সৰ মুকেশ আম্বানী আৰু গৌতম আদানীৰ স’তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বন্ধুত্বমূলক সম্পৰ্কক আওঁপকীয়াকৈ কটাক্ষ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

September 21, 2026 5:37 pm
প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 21, 2026 4:54 pm
চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

September 21, 2026 4:52 pm
নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

September 21, 2026 5:37 pm
প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 21, 2026 4:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd