• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধান সভা নির্বাচনৰ বাবে বোকাখাত মহকুমা প্রশাসনৰ প্রস্তুতি : মিডিয়া মনিটৰিং সম্পর্কে স্থানীয় সাংবাদিকৰ সৈতে আলোচনা

উত্তম শইকীয়া by উত্তম শইকীয়া
March 1, 2021 6:50 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধান সভাৰ ২৭ মাৰ্চত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৯৩ নং-বোকাখাত বিধানসভা সমষ্টিৰ মুঠ ১৮৫ টা ভোট গ্রহণ কেন্দ্রত নিৰ্বাচন অনুষ্ঠিত হ’ব।

ইয়াৰে ৮ টা ভোট গ্রহণ কেন্দ্র নগৰাঞ্চলত আৰু ১৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰ গ্রামাঞ্চলত আৱস্থিত। নিৰ্বাচনত সমষ্টিটোত ৩১ টা সহায়ক ভোটগ্রহণ কেন্দ্র স্থাপন কৰিছে প্ৰশাসনে৷

Apply Now

ইফালে বোকাখাত সমষ্টিত ১০ টা ভোটগ্ৰহণ কেন্দ্রক জটিল ভোটগ্ৰহণ কেন্দ্র বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে বোকাখাত বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৪৪,৩৬৩ গৰাকী৷ ইয়াৰে ৭২,৪২০ গৰাকী পূৰুষ ভোটাৰ আৰু ৭১,৯৪৩ গৰাকী মহিলা ভোটাৰ৷ সমষ্টিটোত ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হৈছে ১৮৯৭ আৰু ৮০ বছৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ১৩৫৬ গৰাকী৷

বিশেষভাবে সক্ষম ভোটাৰৰ সংখ্যা হৈছে মুঠ ৯৪২ গৰাকী ইয়াৰে পুৰুষ ভাটাৰৰ সংখ্যা হৈছে 8৫৬ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪৮৬ গৰাকী৷

একেদৰে বোকাখাত বিধানসভা সমষ্টিত মুঠ ডি ভোটাৰৰ সংখ্যা হৈছে ২১২ গৰাকী। মুঠ চাৰ্ভিচ ভোটাৰ আছে ৩৫৩ জন।

বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি আজি মহকুমাধিপতি কার্যালয়ৰ সভাকক্ষত স্থানীয় সাংবাদকর্মীৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে মহকুমাধিপতি তথা জিলা নির্বাচনী বিষয়া বিপুল দাসে৷

মিডিয়া মনিটৰিং আৰু মিডিয়া চাৰ্টিফিকেচন তথা নির্বাচনী আচৰণ বিধি সম্পৰ্কত আলোচনা কৰিবৰ বাবে অনুষ্ঠিত এই বৈঠকত
জিলা নির্বাচনী বিষয়া গৰাকীয়ে সকলো সাংবাদকৰ্মীকে কোনো পক্ষপাতিত্ব নোহোৱাকৈ বাতৰি পৰিবেশন কৰিবলৈ আৰু ভোটাৰ ৰাইজক বিবেক ভোট প্রদানৰ বাবে উৎসাহ যোগাবলৈ আহ্বান জনায়।

বিষয়াগৰাকীয়ে নির্বাচনৰ সময়ছোৱাত কোনোধৰণৰ পেইড নিউজ অথবা পেইড বিজ্ঞাপন পৰিলক্ষ্যিত হ’লে মিডিয়া মনিটৰিং আৰু মিডিয়া চাৰ্টিফিকেচন কোষে এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ল’ব বুলিও উপস্থিত সাংবাদিকসকলক অৱগত কৰে।

আনহাতে এইবাৰৰ বিধানসভা নিৰ্বাচনত মিডিয়া মনিটৰিং আৰু মিডিয়া চাৰ্টিফিকেচন কোষে চ’চিয়েল মিডিয়াৰ ওপৰতো বিশেষভাবে নজৰ ৰাখিব বুলিও আজিৰ অনুষ্ঠানত ৰাজহ চক্র বিষয়া মানসজ্যোতি নাথে উল্লেখ কৰে।

আগন্তুক বিধানসভা নির্বাচনৰ বাবে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিটো ৬ টা জ’ন আৰু ১৭ টা চেক্টৰত বিভক্ত কৰি জ’নেল আৰু চেক্টৰ বিষয়াসকলক নিযুক্তি দিয়া হৈছে।

ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ২৫৯ গৰাকী প্রিজাইডিং বিষয়া আৰু ৭৭৭ গৰাকী পুলিং বিষয়া নিযুক্তি দিয়া হৈছে।

আনহাতে বোকাখাত সমষ্টিৰ নিৰ্বাচন সংক্ৰান্তীয় যিকোনো তথ্যৰ বাবে ৰাইজে ০৩৭৭৬-১৯৫০ ট’লফ্ৰি নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আজি অনুষ্ঠানতে প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd