• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলিউদ ড্ৰাগছ কাণ্ড : ৰীয়া চক্ৰৱৰ্তীসহ অন্য ৩২ গৰাকীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল এনচিবিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2021 3:55 pm
922772-rhea-chakraborty-cbi-inconsistent-statements
912
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে নাৰ্ক’টিকছ কন্ট্ৰ’ল ব্যুৰ’(NCB)এ বলিউদৰ ড্ৰাগছ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীসহ ৩২ গৰাকী লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে।

NCBৰ চাৰ্জশ্বীটত ৰীয়াৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীৰো নামো অন্তভুৰ্ক্ত আছে।

উল্লেখ্য যে যোৱা বৰ্ষত বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলিউদৰ ড্ৰাগছ কাণ্ড পোহৰলৈ আহে আৰু NCBএ সমগ্ৰ বিষয়টো অনুসন্ধান আৰম্ভ কৰে।

সুশান্ত সিৃং ৰাজপুতৰ আত্মহত্যা কাণ্ডৰ সৈতে ড্ৰাগছৰ সংযোগ লাভ কৰাৰ পিছতে NCBএ বলিউদৰ বহু অভিনেতা-অভিনেত্ৰীৰ লগতে কলা-কুশলীসহ অন্যান্য লোকক জেৰা চলায়।

ইয়াৰ ভিতৰত দীপিকা পাড়ুকন, শ্ৰদ্ধা কাপুৰ, চাৰা আলী খান, অৰ্জুন ৰামপাল, আৰু তেওঁৰ দক্ষিণ আফ্ৰিকান প্ৰেয়সীৰ ভাতৃ আদিও আছে।

ইফালে ড্ৰাগছ কাণ্ডত জড়িত থকাৰ অভিযোগত সুশান্ত সিং ৰাজপুতৰ ব্যক্তিগত মেনেজাৰৰ লগতে অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তী আৰু ভাতৃ শৌভিক চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈও নিক্ষেপ কৰা হয়। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকক জামিনত মুকলি কৰি দিয়া হয়।

NCBএ তদন্ত প্ৰক্ৰিয়াটোত ২০০ৰো অধিক সাক্ষীক জেৰা কৰি প্ৰায় ১২,০০০ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীট শুকুৰবাৰে মুম্বাই ক’ৰ্টত দাখিল কৰিছে।

NCBএ অনুসন্ধানৰ সময়ত কেইবাবিধো পদাৰ্থ, ইলেক্ট্ৰনিক গ্ৰেজেট আৰু ভাৰতীয় আৰু বিদেশী মুদ্ৰা জব্দ কৰিছিল।

চাৰ্জশ্বীটত কোৱা হৈছে যে NCBএ লাভ কৰা পদাৰ্থবোৰৰ লগতে অন্যান্য সামগ্ৰীসমূহ ড্ৰাগছৰ সৈতে জড়িত বুলি পৰীক্ষাত প্ৰমাণিত হৈছে।

ইয়াৰ ভিতৰত এনডিপিএছ আইনৰ অধীনত অন্তৰ্ভুক্ত কৰা চাৰছ গাঞ্জা, এলএছডি, একষ্টেচি, আৰু চাইকোট্ৰপিক পদাৰ্থ যেনে আলপ্ৰোজ’লাম আৰু ক্লোনজেপামও অন্তৰ্ভুক্ত আছে।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd