• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বলিউদ ড্ৰাগছ কাণ্ড : ৰীয়া চক্ৰৱৰ্তীসহ অন্য ৩২ গৰাকীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল এনচিবিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2021 3:55 pm
922772-rhea-chakraborty-cbi-inconsistent-statements
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নাৰ্ক’টিকছ কন্ট্ৰ’ল ব্যুৰ’(NCB)এ বলিউদৰ ড্ৰাগছ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীসহ ৩২ গৰাকী লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে।

NCBৰ চাৰ্জশ্বীটত ৰীয়াৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীৰো নামো অন্তভুৰ্ক্ত আছে।

Apply Now

উল্লেখ্য যে যোৱা বৰ্ষত বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলিউদৰ ড্ৰাগছ কাণ্ড পোহৰলৈ আহে আৰু NCBএ সমগ্ৰ বিষয়টো অনুসন্ধান আৰম্ভ কৰে।

সুশান্ত সিৃং ৰাজপুতৰ আত্মহত্যা কাণ্ডৰ সৈতে ড্ৰাগছৰ সংযোগ লাভ কৰাৰ পিছতে NCBএ বলিউদৰ বহু অভিনেতা-অভিনেত্ৰীৰ লগতে কলা-কুশলীসহ অন্যান্য লোকক জেৰা চলায়।

ইয়াৰ ভিতৰত দীপিকা পাড়ুকন, শ্ৰদ্ধা কাপুৰ, চাৰা আলী খান, অৰ্জুন ৰামপাল, আৰু তেওঁৰ দক্ষিণ আফ্ৰিকান প্ৰেয়সীৰ ভাতৃ আদিও আছে।

ইফালে ড্ৰাগছ কাণ্ডত জড়িত থকাৰ অভিযোগত সুশান্ত সিং ৰাজপুতৰ ব্যক্তিগত মেনেজাৰৰ লগতে অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তী আৰু ভাতৃ শৌভিক চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈও নিক্ষেপ কৰা হয়। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকক জামিনত মুকলি কৰি দিয়া হয়।

NCBএ তদন্ত প্ৰক্ৰিয়াটোত ২০০ৰো অধিক সাক্ষীক জেৰা কৰি প্ৰায় ১২,০০০ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীট শুকুৰবাৰে মুম্বাই ক’ৰ্টত দাখিল কৰিছে।

NCBএ অনুসন্ধানৰ সময়ত কেইবাবিধো পদাৰ্থ, ইলেক্ট্ৰনিক গ্ৰেজেট আৰু ভাৰতীয় আৰু বিদেশী মুদ্ৰা জব্দ কৰিছিল।

চাৰ্জশ্বীটত কোৱা হৈছে যে NCBএ লাভ কৰা পদাৰ্থবোৰৰ লগতে অন্যান্য সামগ্ৰীসমূহ ড্ৰাগছৰ সৈতে জড়িত বুলি পৰীক্ষাত প্ৰমাণিত হৈছে।

ইয়াৰ ভিতৰত এনডিপিএছ আইনৰ অধীনত অন্তৰ্ভুক্ত কৰা চাৰছ গাঞ্জা, এলএছডি, একষ্টেচি, আৰু চাইকোট্ৰপিক পদাৰ্থ যেনে আলপ্ৰোজ’লাম আৰু ক্লোনজেপামও অন্তৰ্ভুক্ত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd