• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন মুখৰ সমাৱেশ: কংগ্ৰেছে ঘোষণা কৰিলে প্ৰথম পৰ্যায়ৰ ৪০ জনীয়া প্ৰাৰ্থী তালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2021 7:04 am
Congress-2-1024x512
438
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁট আৰু অজাপ তথা ৰাইজৰ দলে তেওঁলোকৰ প্ৰথম প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছত কংগ্ৰেছেও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪০ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।

শনিবাৰে মাজ নিশা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অনুমোদনৰ পিছতে এই প্ৰাৰ্থী তালিকা ঘোষণা কৰা হয়।

কংগ্ৰেছৰ প্ৰথমখন তালিকা অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই গহপুৰ সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সেইদৰে বৰচলা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিব।

কংগ্ৰেছে এইবাৰ বহুকেইখন নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰা দেখা গৈছে। অৱশ্যে, দলটোৱে প্ৰথম পৰ্যায়ৰ তিতাবৰ, নাওবৈচা, ঢকুৱাখনা আদি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।

কংগ্ৰেছে ঘোষণা কৰা ৪০ জনীয়া প্ৰাৰ্থী তালিকা অনুসৰি প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীসকল হৈছে ঢেকিয়াজুলি-বেনুধৰ নাথ, বৰচলা- ৰাম প্ৰসাদ শৰ্মা, তেজপুৰ- ড০ অনুজ কুমাৰ মেছ, ৰঙাপাৰা-অভিজিত হাজৰিকা, চতিয়া- প্ৰানেশ্বৰ বসুমতাৰী, বিশ্বনাথ-অঞ্জন বৰা, গহপুৰ-ৰিপুণ বৰা, বটদ্ৰৱা- শিৱামণি বৰা,ৰূপহীহাট-নুৰুল হুদা, চামগুৰি- ৰকিবুল হুছেইন, কলিয়াবৰ- প্ৰশান্ত কুমাৰ শইকীয়া,গোলাঘাট-বিতোপন শইকীয়া, খুমটাই- বিস্মিতা গগৈ, দেৰগাওঁ- বাণী হাজৰিকা।

যোৰহাট- ৰাণা গোস্বামী,মাজুলী- ৰাজীৱ লোচন পেগু, মৰিয়নী-ৰূপজ্যোতি কুৰ্মী, টীয়ক- পল্লৱী গগৈ, আমগুৰি- অংকিতা দত্ত, নাজিৰা- দেৱব্ৰত শইকীয়া, মাহমৰা-সূৰুষ দিহিঙিয়া, সোনাৰী-সুশীল কুমাৰ চুৰী, থাওৰা- সুশান্ত বৰগোহাঁই, শিৱসাগৰ-সুভ্ৰমিত্ৰা গগৈ, বিহপুৰীয়া- ভুপেন কুমাৰ বৰা, লখিমপুৰ- জয় প্ৰকাশ দাস, ধেমাজী- শৈলেন সোণোৱাল, জোনাই- হেম হৰি প্ৰসন্ন পেগু।

মৰাণ-প্ৰাঞ্জল ঘাটোৱাৰ, ডিব্ৰুগড়- ৰাজকুমাৰ নীলনেত্ৰ নেওগ, লাহোৱাল- মনোজ ধানোৱাৰ, দুলীয়াজান- ধ্ৰুৱ গগৈ, টিংখাং- এটোৱা মুণ্ডা, নাহৰকটীয়া-প্ৰণতি ফুকন, চাবুৱা- অজয় ফুকন, ডিগবৈ- শিৱনাথ চেতিয়া,মাৰ্ঘেৰিটা- মনোৰঞ্জন বৰগোহাঁই, ডুমডুমা- দুৰ্গা ভূমিজ আৰু শদিয়া- লখিন চন্দ্ৰ চেতিয়া।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd