• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন মুখৰ সমাৱেশ: কংগ্ৰেছে ঘোষণা কৰিলে প্ৰথম পৰ্যায়ৰ ৪০ জনীয়া প্ৰাৰ্থী তালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2021 7:04 am
Congress-2-1024x512
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁট আৰু অজাপ তথা ৰাইজৰ দলে তেওঁলোকৰ প্ৰথম প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছত কংগ্ৰেছেও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪০ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।

শনিবাৰে মাজ নিশা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অনুমোদনৰ পিছতে এই প্ৰাৰ্থী তালিকা ঘোষণা কৰা হয়।

Apply Now

কংগ্ৰেছৰ প্ৰথমখন তালিকা অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই গহপুৰ সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সেইদৰে বৰচলা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিব।

কংগ্ৰেছে এইবাৰ বহুকেইখন নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰা দেখা গৈছে। অৱশ্যে, দলটোৱে প্ৰথম পৰ্যায়ৰ তিতাবৰ, নাওবৈচা, ঢকুৱাখনা আদি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।

কংগ্ৰেছে ঘোষণা কৰা ৪০ জনীয়া প্ৰাৰ্থী তালিকা অনুসৰি প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীসকল হৈছে ঢেকিয়াজুলি-বেনুধৰ নাথ, বৰচলা- ৰাম প্ৰসাদ শৰ্মা, তেজপুৰ- ড০ অনুজ কুমাৰ মেছ, ৰঙাপাৰা-অভিজিত হাজৰিকা, চতিয়া- প্ৰানেশ্বৰ বসুমতাৰী, বিশ্বনাথ-অঞ্জন বৰা, গহপুৰ-ৰিপুণ বৰা, বটদ্ৰৱা- শিৱামণি বৰা,ৰূপহীহাট-নুৰুল হুদা, চামগুৰি- ৰকিবুল হুছেইন, কলিয়াবৰ- প্ৰশান্ত কুমাৰ শইকীয়া,গোলাঘাট-বিতোপন শইকীয়া, খুমটাই- বিস্মিতা গগৈ, দেৰগাওঁ- বাণী হাজৰিকা।

যোৰহাট- ৰাণা গোস্বামী,মাজুলী- ৰাজীৱ লোচন পেগু, মৰিয়নী-ৰূপজ্যোতি কুৰ্মী, টীয়ক- পল্লৱী গগৈ, আমগুৰি- অংকিতা দত্ত, নাজিৰা- দেৱব্ৰত শইকীয়া, মাহমৰা-সূৰুষ দিহিঙিয়া, সোনাৰী-সুশীল কুমাৰ চুৰী, থাওৰা- সুশান্ত বৰগোহাঁই, শিৱসাগৰ-সুভ্ৰমিত্ৰা গগৈ, বিহপুৰীয়া- ভুপেন কুমাৰ বৰা, লখিমপুৰ- জয় প্ৰকাশ দাস, ধেমাজী- শৈলেন সোণোৱাল, জোনাই- হেম হৰি প্ৰসন্ন পেগু।

মৰাণ-প্ৰাঞ্জল ঘাটোৱাৰ, ডিব্ৰুগড়- ৰাজকুমাৰ নীলনেত্ৰ নেওগ, লাহোৱাল- মনোজ ধানোৱাৰ, দুলীয়াজান- ধ্ৰুৱ গগৈ, টিংখাং- এটোৱা মুণ্ডা, নাহৰকটীয়া-প্ৰণতি ফুকন, চাবুৱা- অজয় ফুকন, ডিগবৈ- শিৱনাথ চেতিয়া,মাৰ্ঘেৰিটা- মনোৰঞ্জন বৰগোহাঁই, ডুমডুমা- দুৰ্গা ভূমিজ আৰু শদিয়া- লখিন চন্দ্ৰ চেতিয়া।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm
আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd