• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ষ্টিভ ৱ’ক অতিক্ৰম; ৰিকি পন্টিঙৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2021 10:20 am
kohli-waugh-ponting
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম’টেৰাৰ অন্তিমখন টেষ্টত ইংলেণ্ডক এক ইনিংছ আৰু ২৫ৰাণত পৰাজিত কৰি ভাৰতে ৩-১ব্যৱধানত ছিৰিজটো হস্তগত কৰে। এই সূত্ৰে টীম ইণ্ডিয়াই নিউজিলেণ্ডক অঁতৰাই টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে।

টীম ইণ্ডিয়াই এইদৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰো যোগ্যতা অৰ্জন কৰিলে।

Apply Now

ৰুট বাহিনীৰ বিৰুদ্ধে ছিৰিজ বিজয়ত দলগতভাৱে ভাৰত লাভৱান হোৱাৰ সমান্তৰালকৈ ব্যক্তিগতভাৱে বিৰাট কোহলিয়েও কেইবাটাও অভিলেখ গঢ়ে।  এই ছিৰিজ জয়ৰ সূত্ৰে কোহলিয়ে অধিনায়ক হিচাপে একাধিক অবিলেখ ভংগ কৰিবলৈ সক্ষম হয়।

ভাৰতক আটাইতকৈ অধিক টেষ্টত নেতৃত্ব দিয়াৰ ক্ষেত্ৰত মহেন্দ্ৰ সিং ধোনাৰ অভিলেখ স্পৰ্শ কৰে কোহলিয়ে। ধোনা আৰু কোহলি দুয়োজনে টীম ইণ্ডিয়াক ৬০খনকৈ টেষ্টত নেতৃত্ব দিছে।

অধিনায়ক হিচাপে ঘৰুৱা খেলপথাৰত আটাইকৈ অধিক টেষ্টত বিজয়ৰ ক্ষেত্ৰত ষ্টিভ ৱ’ক অতিক্ৰম কৰে কোহলিয়ে। নিজৰ দেশত কোহলিয়ে মুঠতে অধিনায়ক হিচাপে ২৩খন টেষ্টত জয়লাভ কৰে। ষ্টিভ ৱ’ৰ নেতৃত্বত অষ্ট্ৰেলিয়াই দেশৰ মাটিত মুঠ ২২খন টেষ্টত জয়লাভ কৰিছিল। ভাৰতীয়সকলৰ ভিতৰত ঘৰৰ মাটিত সৰ্বাধিক টেষ্ট বিজয়ৰ ধোনীৰ ৰেকৰ্ড (২১খন) আগৰ মেচখনতে বিৰাটে অতিক্ৰম কৰিছিল।

দেশৰ খেলপথাৰত কোহলিৰ নেতৃত্বত একেৰাহে ১০খন টেষ্টত বিজয়ী হৈছে ভাৰত। এইক্ষেত্ৰত কোহলিয়ে ৰিকি পন্টিঙৰ সৰ্বকালৰ ৰেকৰ্ড স্পৰ্শ কৰিছে। পন্টিঙেও ঘৰুৱা খেলপথাৰত নেতৃত্ব দি একেৰাহে ১০খন টেষ্টত বিজয় সাৱ্যস্ত কৰিছিল।

সামগ্ৰিকভাৱে টেষ্ট ইতিহাসত আটাইতকৈ বেছি মেচত জয়লাব কৰা অধিনায়কসকলৰ তালিকাত কিংবদন্তি ক্লাইভ লয়ডৰ ৰেকৰ্ড স্পৰ্শ কৰে কোহলিয়ে। কোহলিৰ নেতৃত্বত ভাৰতে ৩৬খন টেষ্টত বিজয়ী হৈছে। সেইদৰে ক্লাইভ লয়ডৰ নেতৃত্বতো ৱেষ্ট ইণ্ডিজে ৩৬খন মেচত জয়ী হৈছিল। দুয়োজনে যৌথভাৱে আটাইতকৈ বেছি টেষ্ট বিজয়ী অধিনায়কৰ তালিকাত চতুৰ্থ স্থানত আছে। এইক্ষেত্ৰত তেওঁলোকৰ আগত আছে গ্ৰেম স্মিথ (৫৩), ৰিকি পন্টিং(৪৮) আৰু ষ্টিভ ৱ’(৪১।

আনহাতে, আটাইতকৈ বেছি টেষ্টত নেতৃত্ব দিয়াৰ ক্ষেত্ৰত কোহলি আৰু ধোনী যৌথভাৱে ষষ্ঠ স্থানত আছে। এই তালিকাত তেওঁলোকতকৈ আগত আছে গেম স্মিথ (১০৯), এলেন বৰ্ডাৰ(৯৩), ষ্টিফেন ফ্লেমিং(৮০), ৰিকি পন্টিং(৭৭) আৰু ক্লাইভ লয়ড(৭৪)।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd