• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বংগৰ ৰাজনীতিত ধুমুহা! অৱশেষত গেৰুৱা শিবিৰলৈ গ’ল অভিনেতা মিথুন চক্ৰৱৰ্তী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2021 2:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত গেৰুৱা হ’ল মিথুন চক্ৰৱৰ্তী।

দেওবাৰে দুই বজাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কলকাতাত সম্বোধন কৰিব লগা এখন বিশাল নিৰ্বাচনী সভাৰ আগমুহূৰ্তত জনপ্ৰিয় অভিনেতাজনে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

Apply Now

নিৰ্বাচনী সভাখনি অনুষ্ঠিত কৰিব লগা বিগ্ৰেড পেৰেড গ্ৰাউণ্ডত অভিনেতাজন উপস্থিত হোৱাৰ লগে লগে বংগৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে।

বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়ই শনিবাৰে অভিনেতাজনৰ কলকাতাস্থিত নিজা বাসগৃহত লগ কৰাৰ পাছত ঘোষণা কৰিছিল যে অভিনেতাজনে প্ৰধানমন্ত্ৰী মোদীৰ সভাত উপস্থিত থাকিব।

দেওবাৰে বিগ্ৰেড পেৰেড গ্ৰাউণ্ডত অভিনেতাজন উপস্থিত হোৱাৰ লগে লগে বিজেপি কৰ্মীসকলৰ মাজত উচ্ছাহৰ বন্যা বোৱা দেখা যায়।

২০০৬ চনৰ ‘এমএলএ ফাটাকেষ্টু’ নামৰ চিনেমাখনৰ এটা জনপ্ৰিয় বেংগলী সংলাপেৰে উপস্থিত জনতাক তেওঁ আমোদ প্ৰদান কৰে।

”এজন বেংগলী হিচাপে মই গৰ্বিত। মই জানো আপোনালোকে মোৰ সংলাপবিলাক ভাল পায়।” জনতাক এইদৰে কৈ তেওঁ চিনেমাখনৰ সংলাপ আওঁৰায়- ”মাৰবো এখানে… লাছ পৰবে শশ্বানে”, অৰ্থাৎ মাৰিম ইয়াত, শ পৰিবগৈ শ্মশানত।

বলিউড আৰু টলিউডৰ অজস্ৰ জনপ্ৰিয় এক্সন প্ৰধান চিনেমাৰে অনুৰাগীসকলৰ মাজত ‘মিথুন দা’ নামেৰে পৰিচিত অভিনেতাজনে ৰাজনৈতিকভাৱেও সক্ৰিয় ভূমিকা পালন কৰি অহা দেখা যায়।

চিনেমাৰ পৰ্দাত অন্যায়ৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মিথুনক এসময়ত নক্সালবাদী আন্দোলনক সমৰ্থন কৰাৰো বাতৰি পোৱা যায়।

২০১৪ চনত তৃণমূল কংগ্ৰেছে অভিনেতাজনক সাংসদ হিচাপে ৰাজ্যসভালৈ প্ৰেৰণ কৰে যদিও স্বাস্থ্যজনিত কাৰণত ২০১৬ চনত সাংসদ পদ ত্যাগ কৰে।

আনহাতে তেওঁ সাৰদা গ্ৰুপৰো ব্ৰেণ্ড এম্বেছাদৰ হিচাপে জড়িত হৈ আছিল আৰু বহুচৰ্চিত সাৰদা কেলেংকাৰীৰ পাছৰ পৰা তেওঁ ৰাজনীতি আৰু সামাজিক জীৱনৰ পৰা অব্যাহতি লয়।

৭০ বছৰীয়া অভিনেতাজনে শেহতীয়াকৈ সাস্থ্যজনীত কাৰণতো সামাজিকভাৱে সক্ৰিয়ভাৱে জড়িত হোৱা নাছিল।

বিজেপিয়ে দাবী কৰিছে যে প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভাখনত ১০ লাখ মানুহ গোট খাব।

উল্লেখযোগ্য যে ইতিমধ্যে কেইবাজনো তৃণমূল কংগ্ৰেছৰ নেতাই বিজেপিত যোগদান কৰিছে।

ইয়াৰ ভিতৰত অন্যতম হৈছে শুভেন্দু অধিকাৰী। তেওঁ নন্দীগ্ৰাম সমষ্টিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব।

২৭ মাৰ্চৰ পৰা ৮টা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা বংগৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ব্যাপক চৰ্চা হৈছে।

মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিজেপিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাক প্ৰক্ষেপ কৰিব সেই লৈয়ো ৰাজনৈতিক বিশ্লেষকসকলে দৃষ্টি ৰাখিছে।

শেহতীয়াকৈ মিথুন চক্ৰৱৰ্তী দলত যোগ দিয়াত ই এক নতুন মাত্ৰা লাভ কৰিছে।

উল্লেখযোগ্য যে ১৬ ফেব্ৰুৱাৰীত আৰএছএছ প্ৰধান মোহন ভাগৱতে অভিনেতাজনক মুম্বাইস্থিত বাসাভৱনত লগ কৰিছিল।

তাৰ পাছতে বংগৰ নিৰ্বাচনত তেওঁক বিজেপিয়ে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব পাৰে বুলি চৰ্চাত আহিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd