• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইঞ্জিনিয়াৰিঙত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিকত আৱশ্যক নহয় গণিত-ফিজিক্স: AICTE

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2021 9:40 am
students

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইমানদিনে ইঞ্জিনিয়াৰিঙত নামভৰ্তিৰ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিকত গণিত আৰু ফিজিক্স থকাটো বাধ্যতামূলক আছিল। এই নিয়ম শিথিল কৰিলে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনে (AICTE)।

কাউন্সিলৰ নতুন গাইডলাইন অনুসৰি ২০২১-২২শিক্ষাবৰ্ষত BE আৰু BTech পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক (১০+২শ্ৰেণী) পৰ্যায়ত গণিত আৰু ফিজিক্স বিষয় দুটা ঐচ্ছিক বা অপশ্যনেল ৰখা হৈছে।

Apply Now

স্বাভাৱিকতেই AICTEৰ নতুন গাইডলাইনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ ফলত অহা দিনবোৰত যিবোৰ ইঞ্জিনিয়াৰ সৃষ্টি হ’ব তেওঁলোকৰ মানদণ্ডক লৈ বিভিন্ন মহলত আশংকাই দেখা দিছে।

এতিয়ালৈকে দ্বাদশ শ্ৰেণীৰ পৰ্যায়ত শিক্ষাৰ্থীসকলৰ গণিত আৰু ফিজিক্স নাথাকিলে ইঞ্জিনিয়াৰিং তথা টেকন’লজিৰ ইউ জি প্ৰগ্ৰেমত নামভৰ্তিৰ সুযোগ পোৱা নগৈছিল।

কিন্তু ২০২১-২২শিক্ষাবৰ্ষত AICTEয়ে স্নাতক পৰ্যায়ত নামভৰ্তিৰ ক্ষেত্ৰত এনে চৰ্তৰ পৰিৱৰ্তন কৰিছে।

এতিয়াৰে পৰা এই বিষয়সমূহৰ ভিতৰত যিকোনো তিনিটা বিষয় লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’লেই BE বা BTech পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব।

বিষয়সমূহ হৈছে:-   Physics / Mathematics / Chemistry / Computer Science / Electronics / Information Technology / Biology / Informatics Practices / Biotechnology / Technical Vocational Subject / Agriculture / Engineering Graphics / Business studies আৰু Entrepreneurship ।

আবেদনকাৰীসকলে তিনিটা বিষয় মিলি গড়ে ন্যুনতম ৪৫ শতাংশ (সংৰক্ষিত শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ৪০শতাংশ) নম্বৰ লাভ কৰিব লাগিব। এইক্ষেত্ৰত আন বেকগ্ৰাউণ্ডৰ পৰা আহি নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে যাতে কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে তাৰ বাবে বিশ্ববিদ্যালয়সমূহে প্ৰয়োজন অনুসৰি ব্ৰীজ কোৰ্ছৰ ব্যৱস্থা কৰিব বুলিও AICTEৰ নতুন গাইডলাইনত কোৱা হৈছে।

কিন্তু শিক্ষাবিদসকলৰ একাংশ ধাৰণা যে ইঞ্জিনিয়াৰিঙৰ মূল ভিত্তি হৈছে গণিত। এনে এটা বিষয় বাদ দি ইঞ্জিনিয়াৰিঙৰ স্নাতক পৰ্যায়ত নামভৰ্তিৰ ক্ষেত্ৰত AICTEৰ নিৰ্দেশনা  শিক্ষাবিদসকলৰ সমালোচনাৰ সন্মুখীন হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd