• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্দেহৰ কলীয়া ডাৱৰ: এই সমষ্টিটোত দুৰ্গ ৰক্ষা কৰিব পাৰিবনে বিজেপিয়ে?

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
March 14, 2021 5:52 pm
a pho12
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি দলে ২০২১ৰ বিধানসভা নিৰ্বাচনত ১০০+ আসন লাভ কৰিব বুলি কৈ আহিছে যদিও বহু কেইটা সমষ্টি এইবাৰ গেৰুৱা দলটোৰ হাতৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

বিজেপিৰ দখলৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা থকা সমষ্টি সমূহৰ ভিতৰত এটা হৈছে বিলাসীপাৰা পূৱ সমষ্টি।

Apply Now

এই সমষ্টিটোত এইবেলি বিজেপিৰ সৈতে আন প্ৰতিদ্বন্দ্বি দল বিশেষকৈ কংগ্ৰেছ  মহাজোঁটৰ প্ৰাৰ্থীৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাটো খাটাং হৈ পৰিছে।

বহু ভাষা-ভাষী তথা সম্প্ৰদায়ৰ লোকেৰে পৰিপূৰ্ণ বিলাসীপাৰা পূৱ সমষ্টিটোত বিজেপি প্ৰাৰ্থী হিচাবে অশোক সিংহীয়ে ২০১৬ৰ নিৰ্বাচনত জয় লাভ কৰিছিল।

এইবাৰো বিজেপিয়ে সমষ্টিটোত অশোক সিংহীকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিগত বিধানসভা নিৰ্বাচনত অশোক সিংহীয়ে লাভ কৰিছিল ৫৯,২০৬ টা ভোট।

কিন্তু এইবাৰ হয়তো গেৰুৱা দলৰ বাবে সমষ্টিটো ধৰি ৰখা সম্ভৱ নহ’ব।

বুজন সংখ্যক মুছলমান ভোটাৰ থকা বিলাসীপাৰা পূৱ সমষ্টিত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইডিএফৰ মাজত হোৱা ভোট বিভাজনৰ বাবেই বিজেপিৰ প্ৰাৰ্থী অশোক সিংহীয়ে কাণে কাণ মাৰি বিজয়ী হ’বলৈ সক্ষম হৈছিল। বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ৫৯,২০৬ টা ভোটৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী অমৃত বাদশাই লাভ কৰিছিল ৫৪,১১০ টা ভোট।

অৰ্থাৎ অশোক সিংহীয়ে ৫,০৯৬ টা ভোটৰ ব্যৱধানতহে জয়ী হ’বলৈ সক্ষম হৈছিল।

আনহাতে সেই নিৰ্বাচনতে সমষ্টিটোত এআইইউডিএফৰ প্ৰাৰ্থী মোছলেমউদ্দিন চৌধুৰীয়ে লাভ কৰিছিল ৪৩,২১৩ টা ভোট।

এই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰে যে সেই বেলি কংগ্ৰেছ আৰু এআইডিএফৰ মাজত স্পষ্ট ভোট বিভাজন ঘটাৰ বাবেই বিজেপি প্ৰাৰ্থী অশোক সিংহীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

লক্ষ্যণীয় কথাটো হ’ল ২০১১ চনৰ বিধানসভা নিৰ্বাচনত বিলাসীপাৰা পূৱ সমষ্টিত বিজেপি প্ৰাৰ্থী মিনতি সৰকাৰ ৰয়ে লাভ কৰিছিল মাত্ৰ ১০০৭ টা ভোট।

বিজেপিৰ বিশেষ আধিপত্য নথকা সমষ্টিটোত এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটৰ ভোট বিভাজন হোৱাৰ মুঠেও আশংকা নাই।

এইবাৰ কংগ্ৰেছ মহাজোঁটে বিলাসীপাৰা পূৱ সমষ্টিটো এৰি দিছে এআইইউডিএফক।সেই প্ৰাৰ্থীগৰাকীৰ পক্ষতে সমষ্টিটোৰ কংগ্ৰেছ ভোট খিনিও পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

এনে পৰিস্থিতিত এইবেলি সমষ্টিটোত বিজেপিৰ সূৰ্যাস্ত ঘটাৰেই সম্ভাৱনা অধিক বুলি বিভিন্ন মহলত আলোচনা হৈছে।

 

দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd