• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃতীয় পৰ্যায়ৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ : জালুকবাৰীত হিমন্তৰ প্ৰতিদ্বন্দ্বী কোন?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 17, 2021 7:09 am
Congress
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।

মংগলবাৰে দলটোৱে এখন ২১ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।

Apply Now

প্ৰকাশিত তালিকা অনুসৰি নামনি অসমৰ বঙাইগাঁৱৰ দক্ষিণ শালমৰাত ৱাজেদ আলি চৌধুৰী, গোলোকগঞ্জত আব্দুছ শোভান আলি চৰকাৰে প্ৰাৰ্থীত্ব লাভ কৰিছে।

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে প্ৰাৰ্থিত্ব লাভ কৰিছে বঙাইগাঁও বিধানসভা সমষ্টিত। স্মৰ্তব্য যে বিগত ২০১৪ৰ বিধানসভা নিৰ্বাচনত শংকৰ প্ৰসাদ ৰায়ে বিজেপিত যোগদান কৰিছিল যদিও সমষ্টিটো বিজেপিৰ মিত্ৰ অগপ দলে লাভ কৰাত কংগ্ৰেছত যোগদান কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।

অৱশ্যে অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হাতত বিপুল পৰিমাণৰ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল ৰায়।

বঙাইগাঁৱৰ আন দুটা বিধানসভা সমষ্টি ক্ৰমে অভয়াপুৰী উত্তৰত আব্দুল বাতিম খণ্ডকাৰ আৰু অভয়াপুৰী দক্ষিণত প্ৰদীপ চৰকাৰক প্ৰাৰ্থীত্ব দিছে দলটোৱে।

গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিত যাদৱ স্বৰ্গীয়াৰী, গোৱালপাৰা পূবত আব্দুল কালাম ৰচিদ আলম, গোৱালপাৰাত মহম্মদ আব্দুৰ ৰচিদ মণ্ডল আৰু জলেশ্বৰত আফটাবউদ্দীন মোল্লাহক দিয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব।

ইফালে বজালী জিলাৰ পাটাচাৰকুছিত শান্তনু শৰ্মা, বৰপেটাৰ বাঘবৰত বৰ্তমানৰ বিধায়ক চেৰমান আলি আহমেদ, সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰ, চেঙাত বিধায়ক শুকুৰ আলি আহমেদ, বৰক্ষেত্ৰীত দিগন্ত বৰ্মন আৰু ধৰমপুৰত ৰাতুল পাটোৱাৰীয়ে কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

কামৰূপৰ বকোত নন্দিতা দাস, ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদ, পলাশবাৰীত যতীন মালী, জালুকবাৰীত ৰমেন বৰঠাকুৰ, দিছপুৰত মহাজোঁটৰ মনজিৎ মহন্ত (আঞ্চলিক গণ মৰ্চা) আৰু পূব গুৱাহাটীত অসীমা বৰদলৈক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে দলটোৱে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd