• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টপচেম চিমেন্ট, ৰটাৰী ক্লাব, আৰু আৰ্য বিদ্যাপীঠ স্কুলৰ অধ্যক্ষলৈ প্ৰতিবন্ধী আদালতৰ চমন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2021 5:46 pm
Topcem-cement-2-1024x512-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকৰে প্ৰতিবন্ধী ব্যক্তিৰ সুৰক্ষা আইন,২০১৬ৰ অধীনত প্ৰতিবন্ধী ব্যক্তিৰ বাবে থকা আয়ুক্তৰ ওচৰত দাখিল কৰা এক আবেদনৰ ভিত্তিত প্ৰতিবন্ধীৰ আয়ুক্তৰ আদালতে মঙলবাৰে টপচেম চিমেন্টৰ চেয়াৰমেন, ৰটাৰী ক্লাৱ অফ গুৱাহাটী আৰু আৰ্যবিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষলৈ চমন জাৰি কৰিছে।

আইন অনুসৰি এখন অসামৰিক আদালতৰ দৰে ক্ষমতা থকা প্ৰতিবন্ধী ব্যক্তিৰ বাবে থকা ৰাজ্যিক আয়ুক্তৰ আদালতে জাননী প্ৰেৰণ কৰা সংশ্লিষ্ট ব্যক্তিসকলক অহা ২৩ মাৰ্চত ৰাতিপুৱা ১১-৩০ বজাত সোঁশৰীৰে আদালতত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে।

Apply Now

লগতে প্ৰতিবন্ধীৰ এই আদালতে আবেদনকাৰীকো উক্ত দিনৰ নিৰ্দিষ্ট সময়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।

আবেদনকাৰী প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকাৰে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত প্ৰতিবন্ধী শিক্ষাৰ্থীসকলক টয়লেট ব্যৱহাৰৰ সুবিধা লাভ কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে টপচেম চিমেন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।

উল্লেখ্য যে যোৱা ২৮ জানুৱাৰিত টপচেম চিমেন্টে ইয়াৰ চি এছ আৰ কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এটা টয়লেট ব্লক নিৰ্মাণ কৰিছিল।

টপচেম চিমেন্টে নিৰ্মাণ কৰা টয়লেট ব্লকটো ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ এক উদ্যোগৰ অন্তৰ্গত আছিল।

দুৰ্ভাগ্যজনকভাৱে, টপচেম চিমেন্টে নিৰ্মাণ কৰা টয়লেট ব্লকটোত প্ৰতিবন্ধী শিক্ষাৰ্থী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে কোনো সুবিধা নাই।

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকৰে  প্ৰতিবন্ধী লোকসকলৰ বাবে থকা আয়ুক্ত দেবেশ্বৰ বৰাক লগ ধৰি টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে অভিযোগ আনি এখন আবেদন দাখিল কৰিছিল।

‘’আমি আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতে নিৰ্মাণ কৰা নতুন টয়লেট ব্লকটো দেখি আচৰিত হৈছো,’’-আবেদনত মালাকৰে কৈছিল।

WhatsApp Image 2021-03-17 at 4.38.00 PM

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক গৰাকীয়ে লগতে কৈছিল যে এইটো আশ্চৰ্যজনক কথা যে টপচেম চিমেন্ট কৰ্তৃপক্ষ আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ সদস্যসকলে টয়লেট ব্লকটো নিৰ্মাণ কৰাৰ সময়ত প্ৰতিবন্ধীসকলৰ প্ৰতি সামান্যতমো সন্মান প্ৰদৰ্শন কৰাৰ সৌজন্যতা নেদেখুৱালে।

‘’প্ৰতিবন্ধী লোকৰ অধিকাৰ আইন,২০১৬ অনুসৰি, বৰ্তমান প্ৰতিবন্ধীলোকৰ সুবিধা থকাকৈ টয়লেট নিৰ্মাণ কৰাটো বাধ্যতামূলক,’’- মালাকৰে উল্লেখ কৰিছিল।

মালাকৰে প্ৰতিবন্ধী লোকৰ বাবে থকা আয়ুক্তগৰাকীক টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছিল।

আনহাতে, টপচেম চিমেন্ট লগতে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শৈক্ষিক ব্লকৰ মাজভাগতে এটা শ্ৰেণীকোঠা (কোঠা নং ১২) টয়লেটলৈ ৰূপান্তৰ কৰাৰ বাবেও জগৰীয়া।

কৈলাশ চন্দ্ৰ লোহিয়াৰ নেতৃত্বৰ লোহিয়া গ্ৰুপৰ এটা প্ৰতিষ্ঠান টপচেম চিমেন্টে অধিক ধন ব্যয় কৰি আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত প্ৰতিবন্ধীসকলৰ বাবে সুবিধা ৰাখি এটা সম্পূৰ্ণ নতুন টয়লেট চৌহদ নিৰ্মাণ কৰিব পাৰিলেহেতেন।

ইয়াৰ পৰিৱৰ্তে টপচেম চিমেন্ট কৰ্তৃপক্ষই ৪০ বছৰ পুৰণি আসাম টাইপৰ শ্ৰেণীকোঠাৰ ভিতৰতে মাত্ৰ ছয় ফুট ওখ তিনিখন পৃথক দেৱাল সাজি টয়লেট ব্লকটো নিৰ্মাণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd