• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰম্পৰাগত সংস্কৃতি আৰু বিশ্বাসক সংৰক্ষণ কৰাৰ পদক্ষেপ গ্ৰহণ মুখ্য মন্ত্ৰী খাণ্ডুৰ

প্ৰনব কুমাৰ দাস by প্ৰনব কুমাৰ দাস
March 21, 2018 10:28 pm
Khandu-on-Buddhist-education
274
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত অৰুণাচল চৰকাৰে বিশ্বায়নৰ ধামখুমিয়াত হেৰাই যাবলৈ উপক্ৰম হোৱা পৰম্পৰাগত সংস্কৃতি আৰু বিশ্বাসক সংৰক্ষণ কৰা আৰু ইয়াক আগুৱাই নিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে।

পশ্চিম কামেং জিলাত অৱস্থিত চেণ্ট্ৰেল ইন্সটিটিউট অৱ হিমালয়ান কালছাৰেল ষ্টাডিজত অনুষ্ঠিত হোৱা  বৌদ্ধ শিক্ষাৰ ওপৰত হোৱা এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত উপস্থিত থাকি মুখ্য মন্ত্ৰী খাণ্ডুৱে কয় যে বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক সংশ্লিষ্ট সম্প্ৰদায়সমূহৰ ভাষা আৰু সংস্কৃতিৰ জ্ঞানৰ শিক্ষা সেইবোৰৰ মূল লিপিতেই স্বাচ্চন্দ্যভৱে প্ৰদান কৰি সেইবোৰৰ স্থানীয় সাংস্কৃতিক মূলটো ৰক্ষা কৰা আৰু আগুৱাই নিয়াৰ বাবে শেহতীয়া বাজেট ঘোষণাত জোৰ দিয়া হৈছে।

বৌদ্ধ শিক্ষাই নৈতিক, বৌদ্ধিক, আৰু আধ্যাত্মিক সম্পূৰ্ণতা প্ৰদান কৰি মানুহৰ ব্যক্তিত্বক  সুন্দৰ কৰি তোলে।

বাহিৰা সংস্কৃতিৰ প্ৰভাৱত ৰাজ্যখনৰ ক্ৰমশঃ ধূসৰ হৈ যাব ধৰা পৰম্পৰাগত সম্প্ৰদায়সমূহৰ গৌৰৱময় চহকী সংস্কৃতি আৰু  ভাষাৰ স্বকীয়তা ৰক্ষা কৰাৰ বাবে স্থানীয় বিশ্বাস আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগ (ডিপাৰ্টমেণ্ট অৱ ইণ্ডিজেনা ফেইথ এণ্ড কালছাৰেল এফেয়াৰছ)  গঠন কৰাৰ প্ৰস্তাৱত অৰুণাচল প্ৰদেশৰ কেবিনেটে  অনুমোদন জনাইছে।  

খাণ্ডুৱে কৈছে যে বিভাগটোৱে অৰুণাচলৰ বাৰেৰহণীয়া সংস্কৃতি আৰু ভাষাৰ হেৰাই যাব ধৰা স্বকীয়তাখিনি সংৰক্ষণ আৰু আগুৱাই নিয়াৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিব।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd