• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী চমকত অসমত পলাল কৰ’না! দেশত ২৪ ঘন্টাত ৪০ হাজাৰতকৈয়ো অধিক লোক আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2021 8:00 pm
Corona
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত এতিয়া নিৰ্বাচনী বতৰ। হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে মনোনয়ন পত্ৰ দাখিলৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী। আনহে নালাগে, ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়েই কৰ’নাক ভেঙুচালি কৰি হাজাৰ হাজাৰ সমৰ্থকক আনি দাখিল কৰে মনোনয়ন পত্ৰ।

ভাৱিলে আচৰিতেই লাগে, কৰ’নাৰ আৰম্ভণিৰ সময়ত অসমত বাটে পথে ওলোৱা জনসাধাৰণক আৰক্ষীয়ে লাঠীৰে কোবাই কৰ’নাৰ বিৰুদ্ধে আতংক সৃষ্টি কৰাৰ কথা।

Apply Now

কিন্তু কৰ’না ব্যৱস্থাপনাৰ বিশাল মহা আয়োজনৰ পাছত লাহে লাহে পৰিস্থিতি স্বাভাৱিক হৈ অহাৰ পাছতে কৰ’না নিজেই এলাগী হৈ পৰিল!

আনৰ বাবে যিয়েই নহওক, ৰাজনৈতিক নেতাসকলে কৰ’নাক এক প্ৰকাৰ নিৰস্ত কৰি নিৰ্বাচনী প্ৰত্যাশা পূৰণত জঁপিয়াই পৰিছে।

পিচে, দেশত পুনৰ এবাৰ কৰ’নাৰ ব্যাপক সংক্ৰমণৰ খৱৰে যি শংকাৰ সৃষ্টি কৰাৰ কথা তালৈ যেন কাৰোৱেই ব্ৰূক্ষেপ নাই। সামাজিক ব্যৱধানৰ বিধি এতিয়া বিসৰ্জন দিয়া হৈছে সামাজিক প্ৰতিষ্ঠাৰ নামত।

শেহতীয়া তথ্য অনুসৰি, বিগত ২৪ ঘন্টাত দেশত ৪০হাজাৰতকৈয়ো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে। সেইদৰে ১৮৮ জন লোকৰ মৃত্যু হৈছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে সদৰী কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত ভাৰতত ৪০হাজাৰ ৯৫৩জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

দেশত এতিয়ালৈকে কৰ’নাত আক্ৰান্ত হৈছে ১ কোটি ১৫লাখ ৫৫হাজাৰ ২৮৪জন লোক। ইয়াৰে সুস্থ হৈ উঠিছে ১ কোটি ১১লাখ ৭হাজাৰ ৩৩২জন লোক।

দেশত এতিয়ালৈকে কৰ’নাত আক্ৰান্ত হৈ ১লাখ ৫৯হাজাৰ ৫৫৮জন লোকে প্ৰাণ হেৰুৱাইছে।

বিশেষজ্ঞসকলে কৈছে কৰ’না সম্পৰ্কীয় স্বাস্থ্যবিধি মানি চলিলেই সংক্ৰমণ ৰোধ কৰাটো সম্ভৱ। জনসাধাৰণক এই বিষয়ত সতৰ্ক কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু চৰকাৰ বাহাদুৰেই যেতিয়া কৰ’নালৈ পিঠি দিছে, তাত সাধাৰণ মানুহক সজাগ কৰিব কোনে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd