• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কা’কলৈ কাকো কেৰেপ নকৰে বিজেপিয়ে! শাসনলৈ আহিলেই বলৱৎ কৰা হ’ব ‘কা’—ৰঞ্জিত দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 12:50 pm
a caa
377
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি অহাৰ মাজতে বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰঞ্জিত দাসে এই বুলি স্পষ্ট কৰি দিছে যে বিজেপি চৰকাৰ যদি পুনৰ ৰাজ্যৰ শাসনলৈ আহে তেন্তে অসমত ‘কা’ বলৱৎ কৰিবলৈ বিজেপি দৃঢ় প্ৰতিজ্ঞ।

এই ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব বুলি তেওঁ কয়।

মাজুলীত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত দিয়া এক সাক্ষাৎকাৰত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইন ইতিমধ্যে সংসদত গৃহীত হৈ আছেই।

এতিয়া মাত্ৰ যাৱতীয় কাৰ্যাৱলী সম্পাদন হোৱাৰ পিছত আইন খন বলৱৎ কৰাৰহে কথা।

কংগ্ৰেছ শাসনলৈ আহিলে অসমত ‘কা’ বলৱৎ হ’বলৈ নিদিয়ে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰঞ্জিত দাসে কয় যে ৰাহুল গান্ধীয়ে ‘কা’ৰ বিষয়ে একো নাজানেষ সেইবাবেই তেওঁ তেনেদৰে কৈছে।

ৰাহুল গান্ধীতকৈ বিজেপিৰ বুথ কমিটিৰ সদস্য এজনেও ‘কা’ৰ বিষয়ে বেছিকৈ জানে বুলি ৰঞ্জিত দাসে তীৰ্যক মন্তব্য কৰে। ‘কা’ৰ প্ৰসংগই বিধানসভা নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰি ৰঞ্জিত দাসে কয় যে ‘কা’ আন্দোলন চলাৰ পিছতো বিজেপিয়ে পঞ্চায়ত আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত গৰিষ্ঠিসংখ্যক আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

এইবাৰো তাৰ ব্যতিক্ৰম নঘটিব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে অত্যধিক আত্মবিশ্বাস প্ৰকাশ কৰে।

ইপিনে অসমৰ লাখ লাখ লোকৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বিজেপিয়ে ‘কা’ বলৱৎ কৰিবই বুলি কৰা ঘোষণাক অসমবাসীয়ে কিদৰে গ্ৰহণ কৰে সেয়া সময়ত পৰিলক্ষিত হ’ব।

Recent News

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd