• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভোটগ্ৰহণৰ দিনাই মৃত্যু কংগো-ব্ৰাজ্জাভিলেৰ ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰাৰ্থী ক’ৰ’ণাক্ৰান্ত গে-ব্ৰীছ পাৰ্ফেইট ক’লেলাছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 8:45 pm
_117651450_gettyimages-516164616
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোটগ্ৰহণৰ দিনাই আফ্ৰিকান দেশ কংগো-ব্ৰাজ্জাভিলেৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী ক’ৰ’ণাত আক্ৰান্ত গে-ব্ৰীছ পাৰ্ফেইট ক’লেলাছৰ হৈছে।

বিবিচিৰ বাতৰিৰ মতে ক’ৰ’ণাক্ৰান্ত নেতাগৰাকীক চিকিৎসাৰ বাবে ফ্ৰান্সলৈ নিয়াৰ পথত বিমানতে মৃত্যু হৈছে।

Apply Now

উল্লেখ্য যে দেওবাৰে দেশখনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

৬১ বছৰীয়া গে-ব্ৰীছ পাৰ্ফেইট ক’লেলাছে ৰাষ্ট্ৰপতি ডেনিছ চাচৌ নগুৱেচ্চৌৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। উল্লেখ্য যে যোৱা ২০১৬ চনতো দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ক’লেলাছ পৰাজিত হৈছিল।

মৃত্যুৰ কেইঘণ্টামানৰ পূৰ্বে চ’ছিয়েল মিডিয়াত ক’লেলাছৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল আৰু ভিডিঅ’টোত মুখত থকা অক্সিজেন মাস্কটো এৰুৱাই দেশখনৰ ভোটাৰৰ লগতে অনুৰাগীসকলক তেওঁৰ পক্ষে ভোটদান কৰিবলৈ আহ্বান কৰা দেখা গৈছিল।

চিকিৎসালয়ৰ বিচনাৰ পৰা ফৰাচী ভাষাত ক’লেলাছে কৈছিল, “মোৰ মৰমৰ দেশবাসী, মই সমস্যাত আছো। মই মৃত্যুৰ সৈতে যুঁজি আছো। মই আপোনালোকক পৰিৱৰ্তনৰ পক্ষেত ভোটদান কৰিবলৈ আহ্বান জনাইছো।”

ইফালে সংবাদ সংস্থা এচ’ছিয়েট প্ৰেছৰ বাতৰি অনুসৰি যোৱা শুকুৰবাৰে ক’লেলাছে মেলেৰিয়াত আক্ৰান্ত হোৱাৰ আশংকা কৰি তেওঁৰ শেষৰখন নিৰ্বাচনী প্ৰচাৰ সভা বাতিল কৰি নিৰ্বাচনী প্ৰচাৰ সামৰণি মাৰিছিল।

উল্লেখ্য যে অসুস্থ হৈ পৰাৰ পিছতে ক’লেলাছক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু পিছত তেওঁ কোভিড১৯ত আক্ৰান্ত হোৱা বুলি চিকিৎসকে ঘোষণা কৰিছিল। ইয়াৰ পিছতে ক’লেলাছক দেওবাৰে উন্নত চিকিৎসাৰ বাবে ফ্ৰান্সলৈ নিয়া হৈছিল।

ইফালে দেশখনত নিৰ্বাচনী প্ৰচাৰ সভাবোৰত সমবেত হোৱা জনতাই সামাজিক দূৰত্ব মানি নচলাৰ লগতে মুখত মাস্ক পৰিধানো নাছিল।

স্মৰ্তব্য যে দেশখনত বৰ্তমানলৈকে ১০ হাজাৰ লোক ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩০ গৰাকী ক’ৰ’ণাক্ৰান্তৰ মৃত্যু হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd