• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিয়াল লোকৰ সা-সম্পত্তি কাঢ়ি নিলে আমগুৰিৰ বিধায়ক প্রদীপ হাজৰিকাই; বিস্ফোৰক অভিযোগ আত্মীয়ৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 23, 2021 4:52 pm
Amguri
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো চাৰিটা দিন বাকী থকা অৱস্থাত গৰম হৈ পৰিছে শিৱসাগৰৰ নিৰ্বাচনী বতাহ ।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ বিভিন্ন সংবাদ মেলৰ মাজত আজি আমগুৰি সমষ্টিৰ বিধায়ক তথা আগন্তুক নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে শোষণ-বঞ্চনাৰ অভিযোগ তুলি শিৱসাগৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰিলে প্ৰদীপ হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ প্ৰয়াত গগণ হাজৰিকাৰ পত্নী আৰু কন্যাই।

Apply Now

১৯৮৫ চনত বিধায়ক প্ৰদীপ হাজৰিকাৰ জেষ্ঠ ভাতৃ গগণ হাজৰিকাৰ মৃত্যুৰ পাছত কিদৰে প্ৰদীপ হাজৰিকাই বৌৱেক লাৱণ্য হাজৰিকা আৰু তিনি কন্যা সন্তানক মাটি-ভেটি-সম্পত্তিৰ পৰা বিতাড়িত কৰিছিল তাৰ আখ্যান আজিৰ সংবাদ মেলত দাঙি ধৰে প্ৰয়াত গগণ হাজৰিকাৰ পত্নী আৰু কন্যাই ।

বিধায়ক গৰাকীৰ দুই ভতিজা ক্ৰমে পৰিস্মিতা হাজৰিকা আৰু অবিস্মিতা হাজৰিকাই তেওঁলোকৰ পিতৃৰ বিয়োগৰ পিছত গগণ হাজৰিকাৰ মাটি-গাড়ী-হাতী-ঘৰ আদি সকলো সম্পত্তি আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰি এই সমগ্ৰ বিষয়ক লৈ আদালতত গোচৰ চলি থকাৰ তথ্য ৰাজহুৱা কৰে।

প্ৰদীপ হাজৰিকাৰ দুই ভতিজীয়ে তেওঁলোকৰ মাতৃয়ে ন্যায় পাবৰ নিমিত্তে সংবাদ মাধ্যমৰ আগত এইসমূহ তথ্য ৰাজহুৱা কৰা বুলি উল্লেখ কৰি কয় যে এই যুঁজ বিগত বহু দিনৰ পৰাই চলাই অহা হৈছে যদিও প্ৰদীপ হাজৰিকাৰ দৰে শক্তিশালী ব্যক্তিৰ বিৰুদ্ধে ঠিয় দিবৰ বাবে দৰকাৰ হোৱা সকলো প্ৰস্তুতিৰ অন্তত অসমৰ ৰাইজে জনপ্ৰতিনিধিজনৰ প্ৰকৃত স্বৰূপ জনাৰ প্ৰয়োজন বুলিহে আজিৰ সংবাদ মেল আহ্বান কৰা বুলি জানিব দিয়ে।

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এনে সংবাদ মেল কিয় অনুষ্ঠিত কৰা হ’ল বুলি সোধা প্ৰশ্নৰ উত্তৰত দুই ভতিজীয়ে কয় যে এয়া কোনো ৰাজনীতি নহয়। কোনোৱে নিজৰ মাতৃক লৈ ৰাজনীতি নকৰে। কিন্তু যিজন ৰাইজৰ প্ৰতিনিধিয়ে নিজৰ প্ৰয়াত জ্যেষ্ঠ ভাতৃৰ পৰিয়ালক এনে শোষণ কৰিব পাৰে তেওঁ ৰাইজক কি কৰিব নোৱাৰিব বুলি প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ উপৰিও বিধায়কজনৰ দুই ভতিজীয়ে আমগুৰি সমষ্টিৰ ৰাইজক আগন্তুক বিধানসভা নিৰ্বাচনত ভোটদান কৰাৰ সময়ত এই বিধায়কজনৰ কুকাণ্ডসমূহ মনত পেলাবলৈ আহ্বান জনালে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd