• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বস্তি! অৱশেষত লৰ-চৰ কৰিবলৈ ধৰিছে চুৱেজ কেনেলত আৱদ্ধ হৈ থকা ‘এভাৰ গিভেন’-এ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2021 1:20 pm
26.1k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা উৎকণ্ঠাৰ অন্ত পৰিছে।

ইজিপ্টৰ চুৱেজ কেনেলত পঠালিকৈ আৱদ্ধ হৈ থকা জাহাজখনে লৰ-চৰ কৰিছে।

জাহাজখনে ধীৰে ধীৰে গতিৰ দিশে মুখ কৰিবলৈ সক্ষম হৈছে।

ইজিপ্টৰ চুৱেজ কেনেল কৰ্তৃপক্ষই জনাইছে যে ৮০শতাংশ সফলতা লাভ কৰা গৈছে।

জাহাজখনক গতি দিবলৈ চুৱেজ কেনেলৰ পাৰৰ বালি প্ৰায় ১৮ মিটাৰ তললৈকে খান্দিব লগা হৈছিল।

‘এভাৰ গিভেন’ নামৰ মালবাহী জাহাজখন যোৱা বুধবাৰৰ পৰা পাঁচদিনধৰি আৱদ্ধ হৈ আছিল।

যাৰ ফলত ৪৫০ খনতকৈও অধিক জাহাজে চুৱেজ কেনেলত ‘এভাৰ গিভেন’-এ বাট এৰি দিয়ালৈ ৰৈ আছিল।

28th March 2021 in 90 seconds. Mashhour is the cutter suction dredger. You’ll also see black tugboats close to the ship. And I’ve got my mates with their own diggers. We are much like power rangers now.

🎥: Suez Canal Authority#SuezCrisis #SuezBLOCKED #Suez #Evergreenship pic.twitter.com/wHrKquuRc0

— Guy With The Digger At Suez Canal (@SuezDiggerGuy) March 28, 2021

তদুপৰি অৰ্থনৈতিকভাৱেও কেইবাখনো দেশক ই সচকিত কৰি তুলিছিল কাৰণ চুৱেজ কেনেলক এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ সংগমস্থল বুলি ধৰা হয়।

বিশ্ব অৰ্থনীতিৰ প্ৰায় ১২ শতাংশ এই চুৱেজ কেনেলে পৰিচালনা কৰে।

উল্লেখযোগ্য যে ইজিপ্টৰ ৰাজহুৱা খণ্ডৰ অধীনত থকা চুৱেজ কেনেলটোত ‘এভাৰ গিভেন’ আৱদ্ধ হৈ থকাৰ দেশখনে দৈনিক ১৪ মিলিয়ন ডলাৰ ৰেভিনিউৰ লোকচানৰ মুখামুখি হৈছে।

Recent News

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd