• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃৰ বিয়োগ : আলফা(স্বা)ৰ শোকপ্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2021 2:29 pm
index.jpga
11.7k
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আলফা(স্বাধীন)এ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বিদ্ৰোহী সংগঠনটোৱে লুৰীণজ্যোতি গগৈৰ মাতৃৰ বিয়োগত শোকপ্ৰকাশ কৰা বুলি জানিবলৈ দিছে।

সংগঠনটোৰ প্ৰতিজন নেতা, বিষয়া, সদস্যই লুৰীণজ্যোতি গগৈৰ মাতৃৰ শোকপ্ৰকাশ কৰা বুলিও বিবৃবিটোৰ যোগে জানিবলৈ দিছে।

“যোৱা ৩১/০৩/২০২১ তাৰিখ বুধবাৰে নিশা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃয়ে আকস্মিকভাৱে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে। তেখেতৰ অকাল বিয়োগত ‘সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)’ সংগঠনৰ প্ৰতিজন নেতা, বিষা, সদস্যই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ আন্তৰিক সমবেদনা জনাই মৃতকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলো।” কেপ্তেইন ৰুমেল অসমৰ স্বাক্ষৰিত প্ৰেছ বিবৃতিটোত সংগঠটোৱে এইদৰে কয়।

উল্লেখ্য যে চিকিৎসকে ঘোষণা কৰা অনুসৰি যোৱা নিশা ১০.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে লুৰীণজ্যোতি গগৈৰ মাতৃয়ে।

দুলু গগৈ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত ব্যক্তিগত খণ্ডৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল।

হঠাতে ব্ৰেইন ষ্ট্ৰ’ক হোৱাৰ বাবে ততাতৈয়াকৈ লুৰীণজ্যোতি গগৈৰ মাতৃক চচিকিৎসালয়ত ভৰ্তি কৰাৱা হৈছিল।

২৯ মাৰ্চত চিকিৎসালয়ত চিকৎসাৰ বাবে ভৰ্তি কৰোৱাৰ পিছত পুত্ৰ লুৰীণজ্যোতি গগৈয়ে মাতৃক দেখা কৰি পুনৰ কালি নামনি অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছিল।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd