• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহেন্দ্ৰ সিং ধোনীয়ে জনালে তেওঁৰ এদিনীয়া ক্ৰিকেট কেৰিয়াৰৰ আটাইতকৈ প্ৰিয় ইনিংছটো

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2021 6:20 pm
525
VIEWS
Share on FacebookShare on Twitter

২০১১ চনৰ বিশ্বকাপ বিজয়ৰ ১০ বছৰ পূৰ্তি উপলক্ষে মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ ক্ৰিকেট কেৰিয়াৰৰ আটাইতকৈ প্ৰিয় এদিনীয়া ইনিংছটো নিৰ্বাচিত কৰি উলিয়াইছে।

বিশ্বকাপ বিজয়ী দলটোৰ অধিনায়ক ধোনীয়ে কয় যে বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে কৰা ৯১ ৰাণৰ অপৰাজিত ইনিংছটোৱেই এদিনীয়া ক্ৰিকেটত তেওঁৰ আটাইতকৈ প্ৰিয় ইনিংছ।

তেওঁ কয় যে ফাইনেল মেচখন শেষ কৰাৰ যি অভিজ্ঞতা, সেয়া অনন্য।

শুকুৰবাৰে গাল্ফ (Gulf)-এ আপলোড কৰা এটা ভিডিঅ’ত ধোনীয়ে এইদৰে কয়।

উল্লেখযোগ্য যে ধোনীয়ে বিশ্বকাপখনৰ আটাইকেইখন মেচতে ৬ নম্বৰ স্থানত বেট ধৰিছিল, কিন্তু ফাইনেল মেচত ৫ নম্বৰ স্থানত বেট ধৰিবলৈ আহে।

আৰু ক্ৰিজত আহিয়েই প্ৰতিপক্ষৰ বিশ্বপ্ৰসিদ্ধ অফ স্পীনাৰ মুট্টীয়া মুৰালিধৰণ, ফাষ্ট বলাৰ লাচিথ মালিংগাৰ দৰে বলাৰৰ আক্ৰমণ হেলাৰঙে পাৰ কৰিছিল।

৯১ ৰাণৰ ইনিংছটোত ধোনীয়ে ৮টা চাৰি আৰু ২টাকৈ ছয় কোবাইছিল।

শ্ৰীলংকাৰ মিডিয়াম পেচাৰ নুৱান কুলাছেকেৰাৰ ৪৯ অভাৰৰ স্পেলটোত এটা বিশাল ছয় কোবাই ধোনীয়ে ২৮ বছৰৰ মূৰত ভাৰতক এদিনীয়া বিশ্বকাপ বিজয়ৰ সোৱাদ দিছিল।

প্ৰথম ইনিংছত শ্ৰীলংকাই বান্ধি দিয়া ২৭৫ ৰাণৰ বিজয়লক্ষ্যত উপনীত কৰোৱা এই ইনিংছটোৰে তেওঁ ‘মেন অৱ দ্যা মেচ’ সন্মান লাভ কৰিছিল।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd