• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক নিৰ্বাচন আয়োগৰ বদলিৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2021 7:06 am
Sushanta Biswa Sarma

গোৱালপাৰাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক নিৰ্বাচন আয়োগৰ বদলিৰ নিৰ্দেশ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে এইবাৰ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক ৰাজ্যখনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাক আৰক্ষী অধীক্ষকৰ পদৰ পৰা বদলি কৰিবলৈ নিৰ্দেশ দিছে।

সুশান্ত বিশ্ব শৰ্মা বৰ্তমান গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

Apply Now

‘’সুশান্ত বিশ্ব শৰ্মাক ৰাজ্যিক হেডকোৱাৰ্টাৰত কোনো উপযুক্ত পদলৈ বদলি কৰিব লাগে,’’ নিৰ্বাচন আয়োগে শুকুৰবাৰে জাৰি কৰা এখন পত্ৰত এইদৰে কয়।

নিৰ্বাচন আয়োগে লগতে ‘’ভিৰা ৰাকেশ ৰেড্ডীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গোৱালপাৰাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত’’কৰাৰো নিৰ্দেশ দিয়ে।

অহা ৬ এপ্ৰিলত অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গোৱালপাৰা জিলাতো ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক ৪৮ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচন আয়োগে।

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়াৰ বাবে নিৰ্বাচন আয়োগৰ এই নিষেধাজ্ঞাৰ সন্মুখীন হৈছে প্ৰতাপী বিজেপি মন্ত্ৰীগৰাকী।

WhatsApp Image 2021-04-02 at 11.54.23 PM

নিৰ্বাচনী প্ৰচাৰৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক NIAৰ দ্বাৰা গ্ৰেপ্তাৰ কৰোৱাই কাৰাগাৰত নিক্ষেপ কৰাৰ ভাবুকি দিছিল।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল মিত্ৰজোঁটক নেতৃত্ব দিয়া কংগ্ৰেছ দলে।

উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংবাদ মাধ্যমৰ আগত প্ৰতাপী মন্ত্ৰীগৰাকীয়ে বিটিআৰৰ কোকৰাঝাৰত অবৈধ অস্ত্ৰ উদ্ধাৰ হোৱাৰ ঘটনাটোত জড়িত থকাৰ অভিযোগ তোলাই নহয়  বিটিআৰত পুনৰ সশস্ত্ৰ কাৰ্যকলাপ আৰম্ভ কৰিবলৈ বাথাক প্ৰৰোচিত কৰাৰ অভিযোগ তুলি নিৰ্বাচনৰ পিছতে NIAৰ দ্বাৰা হাগ্ৰামা মহিলাৰীক গ্ৰেপ্তাৰ কৰোৱাই কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ব বুলি ভাবুকি প্ৰদান কৰিছিল।

মন্ত্ৰীগৰাকীয়ে ভাবুকি প্ৰদান কৰাৰ সন্দৰ্ভত কংগ্ৰেছৰ অভিযোগ পোৱাৰ পিছতে নিৰ্বাচন আয়োগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা এই সম্পৰ্কত স্পষ্টীকৰণ বিচাৰিছিল।

ৰাজ্যিক নিৰ্বাচন বিষয়াৰ যোগেদি লাভ কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণত আশ্বস্ত  নহৈ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই কঠোৰ নিষেধাজ্ঞা জাৰি কৰে নিৰ্বাচন আয়োগে।

Tags: Assam Election
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd