• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী আইআইটিত যৌন নিৰ্যাতনৰ ঘটনা: তদন্তৰ খাতিৰত চাৰি ছাত্ৰক পৃথকে পৃথকে আৱদ্ধ কৰি ৰখা হৈছে ছাত্ৰাবাসতে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2021 12:17 pm
Gangraped
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য জোকাৰি যোৱা গুৱাহাটী আইআইটিৰ চাৰি জন ছাত্ৰক আৰক্ষীৰ তদন্তৰ খাতিৰতে ছাত্ৰাবাসতে পৃথকে পৃথকে আবদ্ধ কৰি ৰখা হৈছে।

উক্ত ছাত্ৰ কেইগৰাকী ছাত্ৰী নিৰ্যাতনৰ ঘটনাৰ সৈতে জৰিত আছিল নে নাই সেয়া পৰীক্ষা কৰি থকা হৈছে।

আজি গুৱাহাটী গুৱাহাটী আইআইটি গুৱাহাটীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত এই বুলি উল্লেখ কৰিছে যে অভিযুক্ত ছাত্ৰ উৎসৱ কদমক ইতিমধ্যে প্ৰতিষ্ঠান খনৰ পৰা নিলম্বিত কৰা হৈছে।

ইপিনে যৌন নিৰ্যাতনৰ বলি হোৱা বুলি অভিযোগ উঠা ছাত্ৰীগৰাকীক আইআইটি কৰ্তৃপক্ষই যাৱতীয় বিধি নমনাকৈয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা উলিয়াই অনা হৈছিল বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অস্বীকাৰ কৰি আইআইটি কৰ্তৃপক্ষই কৈছে যে এই সন্দৰ্ভত সকলো বিধি মানি চলা হৈছিল।

ছাত্ৰীগৰাকীৰ স্বস্থ্য পৰীক্ষাৰ প্ৰতিবেদন খন আহি পালেই তেওংৰ ক্ষেত্ৰত কেনে কাৰ্য সংঘটিত হৈছিল সেয়া জানিব পৰা যাব।

উল্লেখ্য হোলীৰ সময়তে উত্তৰ-গুৱাহাটীৰ আমিনগাওঁস্থিত আই আই টি গুৱাহাটীত যৌন নিৰ্যাতনৰ বলি হৈছিল এগৰাকী ছাত্ৰী।
যোৱা ২৮ মাৰ্চৰ নিশা আই.আই.টি গুৱাহাটীত হোলী উপলক্ষে আয়োজিত অনুষ্ঠান চলি থকাৰ মাজতে এজন ছাত্ৰই সংঘটিত কৰে এই জঘন্য কাণ্ড।

উক্ত দিনা মাজনিশা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ  কৰা হয় গুজৰাটৰ ছাত্ৰীগৰাকীক।
এই ঘটনাৰ লগত জৰিত এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে উত্তৰ গুৱাহাটী আৰক্ষীয়ে । ছাত্ৰজনৰ নাম উৎসৱ কদম বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ লগত জৰিত থকাৰ অভিযোগত অন্য ৪ জন ছাত্ৰকো আটক কৰিছে আমিনগাওঁ আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা ছাত্ৰজন ৰসায়ন বিজ্ঞান বিভাগৰ বুলি জানিব পৰা গৈছে।

অভিযুক্ত উৎসৱ কদমৰ ঘৰ মহাৰাষ্ট্ৰৰ মুম্বাইত বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত আই.আই.টি. কৰ্তৃপক্ষই আমিনগাঁও আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত  53/21 নম্বৰৰ 376 ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৰুজু হৈছে ।

ছাত্ৰী গৰাকীক মাদকদ্ৰৱ্য সেৱন কৰাই যৌন নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহিছে । বৰ্তমানো আমিনগাওঁ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd