• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত মিত্ৰজোঁট নিচ্ছিন্ন হব” অজিত কুমাৰ ভূঞা

"ভোটদানৰ হাৰ বঢ়া মানেই শাসক দলৰ বিৰুদ্ধে জয়"

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
April 6, 2021 2:45 pm
A AAAJJ
337
VIEWS
Share on FacebookShare on Twitter

তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত মিত্ৰজোঁট নিচ্ছিন্ন হব আৰু মহাজোঁটে ভবাতকৈ বেছি আসন লাভ কৰিবলৈ সক্ষম হব, এই দাবী  ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভুঞাৰ।

তেওঁ কয়” ভোট দানৰ হাৰ বঢ়া মানেই শাসক দলৰ বিৰুদ্ধে জয়ৰ ইংগিত। বিজেপি যি ষড়যন্ত্ৰ  ৰাজনীতি কৰিলে তাৰ পৰিণতিতে এতিয়া বিজেপিৰ নেতা সকলৰ মনত হতাশা দেখিবলৈ পোৱা গৈছে।বিজেপিয়ে কেৱল ভয় ভাবুকি দি ভয়ংকৰ ৰাজনীতি চলাইছে।”

“দিছপুৰত আমাৰ জয় নিশ্চিত, কাৰণ অতুল বৰাক মানুহে নাকচ কৰিছে। তেওঁ যি কথা দিছিলে ইমান দিনে সমষ্টিৰ মানুহে তাৰ একো ফলফল নেদেখিলে।সেইবাবে আমি তেওঁক দাঁত নথকা বুঢ়া বাঘ বুলিহে কব খোজো।” অতুল বৰাক উদ্দেশ্যি অজিত ভুঞাই কয়।

Recent News

এয়াৰ ইণ্ডিয়াৰ ‘অভিশপ্ত’ বিমানখনত কি ঘটিছিল? ব্লেক বক্সৰ পৰা উদ্ধাৰ সকলো তথ্য!

এয়াৰ ইণ্ডিয়াৰ ‘অভিশপ্ত’ বিমানখনত কি ঘটিছিল? ব্লেক বক্সৰ পৰা উদ্ধাৰ সকলো তথ্য!

৫ বছৰৰ মূৰত জুলাইত হিংসাগ্ৰস্ত মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ

৫ বছৰৰ মূৰত জুলাইত হিংসাগ্ৰস্ত মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ

‘মহাকাশৰ পৰা নমস্কাৰ’: মহাকাশচাৰী সুভাংশু শুক্লাৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক অভিবাদন

‘মহাকাশৰ পৰা নমস্কাৰ’: মহাকাশচাৰী সুভাংশু শুক্লাৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক অভিবাদন

জলবোমা মূৰত লৈও অসমে লাভ নকৰে বিনামূলীয়া বিদ্যুৎ! এনএইচপিচিয়ে নামনি সোৱণশিৰিৰ মাত্ৰ ২০৮ মেগাৱাট বিক্ৰী কৰিব অসমক!

জলবোমা মূৰত লৈও অসমে লাভ নকৰে বিনামূলীয়া বিদ্যুৎ! এনএইচপিচিয়ে নামনি সোৱণশিৰিৰ মাত্ৰ ২০৮ মেগাৱাট বিক্ৰী কৰিব অসমক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd