• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত দিনৰ ৩ বজালৈকে ভোটদানৰ হাৰ ৬৮.৩১ শতাংশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2021 3:55 pm
index.jpg3
228
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত আজি অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ অন্তিম তথা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত দিনৰ ৩ বজালৈকে ভোটদানৰ হাৰ হৈছে ৬৮.৩১ শতাংশ।

ৰাজ্যিক নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।

পুৱা ১১বজালৈকে ভোটদানৰ হাৰ আছিল ৩৩.১৮শতাংশ।

ভোটদানৰ হাৰ সন্ধিয়ালৈকে বৃদ্ধি পোৱাৰ আশা কৰা হৈছে কিয়নো ভোটকেন্দ্ৰসমূহত ভোটাৰে দীঘলীয়া শাৰী পাতি ভোটদান দিবলৈ ৰৈ থকা দেখা গৈছে।

আজি ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত অৰ্থাৎ পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ আছিল ১২.৮৩ শতাংশ।

ইপিনে, দিনৰ ১ বজালৈকে কামৰূপ(ম) জিলাৰ ভোটদানৰ হাৰো প্ৰকাশ কৰা গৈছে।

সেই অনুসৰি, জালুকবাৰীত ৫১ শতাংশ, দিছপুৰ ৪৫ শতাংশ, পূৱ গুৱাহাটী ৪২শতাংশ আৰু আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৪৯ শতাংশ ভোটদান হৈছে।

দিনৰ ১ বজালৈকে কামৰূপ মহানগৰৰ সামগ্ৰিক ভোটদানৰ হাৰ হৈছে ৪৬.৭৫ শতাংশ।

শেহতীয়া তথ্য অনুসৰি, এতিয়ালৈকে  ধুবুৰী জিলাৰ ধুবুৰী সদৰ সমষ্টিত ভোটদানৰ হাৰ ৫৬.৬ শতাংশ, গৌৰীপুৰ সমষ্টিত ৫৬শতাংশ, গোলকগঞ্জত ৫৬.১শতাংশ, বিলাসীপাৰা পূবত ৫৮.৪০শতাংশ, বিলাসীপাৰা পশ্চিম সমষ্টিত ৫৯শতাংশ।

সেইদৰে, দক্ষিণ শালমাৰা জিলাৰ দক্ষিণ শালমাৰা সমষ্টিত ৬০.৫৯শতাংশ আৰু মানকাচৰ সমষ্টিত ৫৭.১৪শতাংশ ভোটদান হৈছে।

উল্লেখ্য যে ৰাজ্যখনৰ ১২ খন জিলাৰ ৪০ টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা আজিৰ ভোটগ্ৰহণৰ সামৰণি পৰিব সন্ধিয়া ৬ বজাত।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd