• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাট প্ৰশাসনৰ বিৰুদ্ধে চুতীয়া ছাত্ৰ সন্থা আৰু মটৰ শ্ৰমিক ইউনিয়নৰ উত্তাল প্ৰতিবাদ; কিয়?

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
April 7, 2021 6:39 pm
IMG_20210407_124707
226
VIEWS
Share on FacebookShare on Twitter

পুনৰ দুটা সংগঠনৰ প্ৰতিবাদত কঁপিল উঠিল গোলাঘাটৰ ৰাজপথ।

গোলাঘাটৰ বেজবৰুৱা চাৰিআলিস্থিত মহাত্মা গান্ধীৰ উদ্যানত জাতিৰ পিতা তথা অহিংস আন্দোলনৰ গুৰি ধৰোঁতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ চৰণত বহি এই প্ৰতিবাদ সংগঠন দুটাৰ।

গোলাঘাট ভিআইপি ৰোডত অৱস্থিত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু মটৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয় দুটা জিলা প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে।

গোটেই নগৰখনত অবৈধ বে-দখল থকাৰ পিছতো জিলা উপায়ুক্তজনে কেৱল চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতি কিয় এনে বিদ্বেষ মনোভাৱ আছে সেই লৈ তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে উপায়ুক্ত বিভাস চন্দ্ৰ মোডী গ’ বেক ধ্বনিৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

গোলাঘাট জিলা উপায়ুক্তক সমালোচনা কৰি অতি শীঘ্ৰে কাৰ্যালয়ৰ বাবে ভূমি আৱন্টন দিবলৈ দাবী জনাই সংগঠন দুটাই।

অন্যথা আগন্তুক দিনত ধাৰাবাহিক প্ৰতিবাদৰ জৰিয়তে গোলাঘাট জিলা অচল কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰাই।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd