• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সামৰিক অভ্যুত্থানৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হ’ল ম্যানমাৰৰ এজন জনপ্ৰিয় মডেল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2021 1:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ এগৰাকী জনপ্ৰিয় চেলিব্ৰেটীক দেশখনৰ সামৰিক বাহিনীয়ে আটক কৰিছে।

পাইং টাখন (Paing Takho) নামৰ মডেল আৰু অভিনেতাজনে দেশখনৰ সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে ব্যাপকৰূপত প্ৰতিবাদ সাব্যষ্ট কৰিছিল।

Apply Now

প্ৰতিবাদস্বৰূপে তেওঁ ৰাজপথত নমাৰ উপৰিও অনলাইনভাৱেও অংশগ্ৰহণ কৰিছিল।

২৪ বৰ্ষীয় মডেলগৰাকীৰ ম্যানমাৰ আৰু থাইলেণ্ডত অসংখ্য অনুৰাগী আছে।

দেশখনৰ সামৰিক বাহিনীয়ে মডেলগৰাকীৰ ফেচবুক একাউণ্টৰ লগতে ইনষ্টাগ্ৰাম একাউণ্টটোও বন্ধ কৰি দিছে।

ইনষ্টাগ্ৰামত তেওঁৰ মিলিয়ন সংখ্যক অনুৰাগী আছে।

মডেলগৰাকীৰ ভগ্নী থি থি লিৱিনে দিয়া এক ফেচবুক প’ষ্টমতে, স্থানীয় সময়মতে বৃহস্পতিবাৰে পুৱা ৫ বজাত মডেলগৰাকীৰ ঘৰলৈ আঠখন ট্ৰাকত ৫০ জন সৈনিকে তেওঁক আটক কৰিবলৈ আহে।

যদিও প্ৰতিবাদ কৰাৰ পৰিণামলৈ তেওঁ ভয় কৰা নাছিল, তেওঁ বন্ধুবৰ্গই জনাইছে যে যোৱা কেইদিনধৰি তেওঁ গভীৰ মানসিক অশান্তিত ভুগি আছিল।

মডেলগৰাকীয়ে ফেচবুকত এটা প্ৰতিবাদী প’ষ্ট দিয়াৰ পাছতে সামৰিক বাহিনীৰ তেওঁৰ ওপৰত চকু পৰে।

ফেচবুকত লিখিছিল যে তেওঁ কঠোৰভাৱে সামৰিক অভ্যুত্থানটোক গৰিহণা জনাইছে।

তদুপৰি কাৰাবন্দী নেতৃ আং চান ছ্যু ক্যী, ৰাষ্ট্ৰপতি ইউ উইন মীণ্ট আৰু অন্যান্য মন্ত্ৰী- সাংসদসকলক মুকলি কৰি দিবলৈ তেওঁ ফেচবুকত প’ষ্ট কৰিছিল।

উল্লেখযোগ্য যে শেহতীয়াকৈ গণতন্ত্ৰৰ হকে মাত মতা দেশখনৰ বহুকেইজন চেলিব্ৰেটীক সামৰিক বাহিনীয়ে আটক কৰিছে।

প্ৰায় ১০০ জন চিনেমানিৰ্মাতা, অভিনেতা, সাংবাদিকলৈ গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am
জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am
জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd