• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ স্বামী ৰাজকুমাৰ ফিলিপৰ মৃত্যু

ৰয়েল নেভীত চাকৰি কৰি থাকোতেই প্ৰেমত পৰিছিল ৰাজকুমাৰী এলিজাবেথ দ্বিতীয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2021 5:09 pm
a phil
302
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ স্বামী ৰাজকুমাৰ ফিলিপ আৰু নাই। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি ৰাজকুমাৰ ফিলিপে উইণ্ডচৰ দুৰ্গত শেষ নিশ্বাস ত্যাগ কৰে।

ব্ৰিট্ৰেইনৰ ৰাজ পৰিয়ালৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত ৰাজকুমাৰ ফিলিপৰ বয়স হৈছিল ৯৯ বছৰ।

২০১৭ চনত তেওঁ আনুষ্ঠানিক ভাবে কামৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও ৰাণীৰ কামত বিভিন্ন ধৰণে সহায় কৰি গৈছিল।১৯২১ চনৰ ১০ জুনত গ্ৰীচৰ কৰ্ফু দ্বীপত জন্মগ্ৰহণ কৰা ফিলিপে জীৱনৰ সৰহভাগ সময় কটাবলগীয়া হৈছিল ফ্ৰান্স, জাৰ্মানী আদি বিভিন্ন দেশত ফিলিপ পানী কেঁচুৱা হৈ থাকোতেই তেওঁৰ পৰিয়ালটোক গ্ৰীচৰ পৰা বিতাড়িত কৰা হৈছিল।

It is with deep sorrow that Her Majesty The Queen has announced the death of her beloved husband, His Royal Highness The Prince Philip, Duke of Edinburgh.

His Royal Highness passed away peacefully this morning at Windsor Castle. pic.twitter.com/XOIDQqlFPn

— The Royal Family (@RoyalFamily) April 9, 2021

১৯৩৯ চনত মাত্ৰ ১৮ বছৰ বয়সতে  ফিলিপে ৰয়েল নেভীত যোগদান কৰিছিল।

ইয়াৰ পিছতে তেওঁৰ সৈতে ১৩ বছৰীয়া ৰাজকুমাৰী এলিজাবেথৰ চিনাকি হৈছিল আৰু সেই চিনাকিয়েই প্ৰেমৰ ৰূপ লৈছিল।

দ্বিতীয় বিশ্ব যুদ্ধৰ পিছতে ফিলিপে ব্ৰিটেইনৰ ৰাজকুমাৰী এলিজাবেথক বিয়া কৰাইছিল আৰু ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ এগৰাকী সদস্য হৈ পৰিছিল।

ৰাজকুমাৰ ফিলিপৰ মৃত্যুত বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষ নেতাসকলে গভীৰ শোক ব্যক্ত কৰিছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd