• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ককাক আৰু মোমায়েকৰ হাততে ধৰ্ষিতা হ’ব লগা হয় এজনী ৬ বছৰীয়া ছোৱালী, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2021 3:02 pm
201804in

(প্ৰতিনিধিত্বমূলক ফটো)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ককাক আৰু সম্পৰ্কীয় মোমায়েকৰ হাততে ধৰ্ষিতা হ’বলগা হয় এজনী ছয় বছৰীয়া ছোৱালী।

মধ্যপ্ৰদেশৰ ভূপালৰ কোলাৰ নামৰ ঠাইখনত সংঘটিত হৈছে এই গৰিহণাজনক ঘটনা।

Apply Now

ধৰ্ষণকাৰী ককাকজন আছিল ছোৱালীজনীৰৰ মাকৰ দেউতাক।

আৰক্ষীয়ে দুইজন ধৰ্ষণকাৰীকে আটক কৰিছে।

আৰক্ষীয়ে কয় যে ছোৱালীজনী তাইৰ মাক-দেউতাকৰ স’তে ভূপালৰ কাজলীখেদাৰ গোণ্ডীপাৰা অঞ্চলত বাস কৰে।

ঘটনাৰ বিৱৰণীমতে, ছোৱালীজনীয়ে তাইৰ তিনিবছৰীয়া ভায়েকক লগত লৈ সম্পৰ্কীয় মোমায়েক সঞ্জয়ৰ (২০)ৰ স’তে বজাৰ কৰিবলৈ যাও।

তাইৰ মাকে আৰক্ষীক জনোৱামতে, এসপ্তাহ পূৰ্বে সম্পৰ্কীয় মোমায়েকজন তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু ল’ৰা-ছোৱালী দুটাক ফাষ্ট ফুড খোৱাবলৈ লৈ গৈছিল।

কিন্তু, সম্পৰ্কীয় মোমায়েকে ছোৱালীজনীক নিজৰ ঘৰলৈ লৈ যায়।

নি নিজৰ ভাগিনীয়েককে সি ধৰ্ষণ কৰে।

সেই সময়ত ছোৱালীজনীৰ ভায়েকো প্ৰত্যক্ষদৰ্শী হিচাপে উপস্থিত আছিল।

তাৰপাছত ৪৮ বছৰীয়া ককাকে নিজৰ নাতিনীয়েককে ধৰ্ষণ কৰে।

ককাকে ভয়-ভাবুকি প্ৰদান কৰা বাবে ছোৱালীজনীয়ে ঘটনাটো সম্পৰ্কে একো মুখ খোলা নাছিল।

তদুপৰি ককাক আৰু মোমায়েক- দুয়ো মিলি ছোৱালীজনীক মুখ বন্ধ ৰাখিবলৈ ২০ টকা এটা হাতত গুজি দিয়ে।

মাকে কয় যে তেওঁ এগৰাকী শ্ৰমিক আৰু কামৰ পৰা বৃহস্পতিবাৰে ঘূৰি আহোতে, ছোৱালীজনীক ভাৰাক্ৰান্ত অৱস্থাত দেখা পাইছিল।

যেতিয়া সোধা হয়, তেতিয়া সকলো কথা তাই ব্যক্ত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd