• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকৃতিৰ ৰোষত ধ্বংসৰ মুখত ৩হাজাৰ পুৰণি এখন চহৰ; কিয় হ’ল এনে দশা?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2021 7:50 am
civita dying city

ইটালীৰ চিভিতা চহৰ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটালীৰ এখন তিনি হাজাৰ পুৰণি এখন চহৰ এতিয়া ধ্বংস মুখত। প্ৰকৃতিৰ ৰোষত পৰিয়েই ধ্বংসৰ পথলৈ গতি কৰিছে এই চহৰখন।

এই চহৰখনক এতিয়া কোৱাহয় ‘ডাইং টাউন’। অৰ্থাৎ মৃতপ্ৰায় চহৰ। ইটালীৰ এই চহৰখনৰ নাম হৈছে চিভিতা।

Apply Now

প্ৰকৃতিৰ ৰোষত পৰি চহৰখন বৰ্তমান ইয়াৰ পৰিসৰৰ মাত্ৰ এক তৃতীয়াংশহে আছেগৈ। ইমান পুৰণি চহৰখন ক্ৰমে ভূমিস্খলন, ভূমিক্ষয়ৰ ফলত ধ্বংসৰ মুখলৈ গতি কৰিছে। চহৰখন এখন পাহাৰৰ মূৰত অৱস্থিত।

চহৰখনৰ বাসিন্দা কিছুমানে ইউনেস্কোক আবেদন জনাইছে যাতে তেওঁলোকে এই স্থান এৰি গ’লেও তেওঁলোকৰ ঘৰসমূহ ৰক্ষা কৰাৰ চেষ্টা কৰে। কিয়নো, নহ’লে ইটালীৰ এক ইতিহাস চিৰদিনৰ বাবে হেৰাই যাব।

কেইবাশ বছৰ আগলৈকে বিভিন্ন পথেৰে চহৰখনলৈ আন প্ৰদেশৰ সংযোগ আছিল। কিন্তু সঘনাই হোৱা ভূমিস্খলন, ভূমিকম্প আদিৰ বাবে চহৰখন ক্ৰমে সৰু হৈ পৰিবলৈ আৰম্ভ কৰে।

ইপিনে, আন প্ৰদেশৰ সৈতে যোগাযোগ বন্ধ হৈ পৰাৰ লগতে প্ৰাকৃতিক কাৰণতে সৰু হৈ পৰাত মানুহ তাৰপৰা আঁতৰি যাবলৈ আৰম্ভ কৰে।

ভূতত্ত্ববিদৰ মতে নিৰৱিচ্ছিন্ন ভূমিস্খলন, ভূমিকম্প, ভূমিক্ষয় আদিৰ ফলত চিভিতা চহৰ অতি ক্ষুদ্ৰ পৰিসৰত পৰিণত হৈছে। চহৰখনত এতিয়া মাত্ৰ কেইটামান পথ তথা কেইটামান ঘৰ তথা গীৰ্জাহে অৱশিষ্ট ৰৈছে।

চহৰখনক ৰক্ষা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে যদিও সেয়া আৰু কিমানদিন বৰ্তি থাকে সেয়া কোৱা টান।

ৰোমান শাসনৰ সাক্ষী চহৰখনে মধ্যযুগ অতিক্ৰম কৰি আধুনিক যুগত আহি এক শীৰ্ণকায় অৱস্থাত উপনীত হৈছে। এক বিৰাট ইতিহাসৰ স্মৃতি কঢ়িয়াই অহা চহৰখন এতিয়া মৃত ইতিহাসত পৰিণত হ’বলৈ আগবাঢ়িছে।

বৰ্তমান চহৰখনৰ আয়তন দুখন ফুটবল খেলপথাৰৰ সমানহে আছেগৈ। চহৰখনৰ এই অৱশিষ্ট অংশ ৰক্ষা কৰাৰ বাবে দেশখনৰ প্ৰশাসনে যৎপৰোনাস্তি চেষ্টা চলাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd