• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বৰ চলচ্চিত্ৰ জগতলৈ প্ৰদান কৰা হ’ল ২০২১ বৰ্ষৰ বাফটা বঁটা, উজলি উঠিল ‘নমাডলেণ্ড’

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2021 6:39 pm
281
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ চিনেমাজগতৰ এক গুৰুত্বপূৰ্ণ বঁটা ‘ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছ’, চমুকৈ বাফটা এৱাৰ্ড ঘোষণা কৰা হৈছে।

ক’ভিড-১৯ পৰিস্থিতিৰ বাবে বঁটা প্ৰদান অনুষ্ঠানটো ভিডিঅ’ কনফাৰেন্সযোগে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে এই বৰ্ষৰ বাফটা এৱাৰ্ডৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ‘দ্যা হোৱাইট টাইগাৰ’ নামৰ নেটফ্লিক্স চিনেমাখনৰ বাবে ভাৰতৰ অভিনেতা আদৰ্শ গৌৰৱ মনোনিত হৈছিল যদিও তেওঁ ‘দ্যা ফাদাৰ’ চিনেমাখনত অভিনয় কৰা ছাৰ এণ্ঠনী হপকিন্সৰ হাতত পৰাজীত হয়।

(ছাৰ এণ্ঠনী হপকিনছ)

এৱাৰ্ডটোৰ বিভিন্ন শিতানত উজ্বলি উঠে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেমা- ‘নমাডলেণ্ড’।

(নমাডলেণ্ডৰ এখন পোষ্টাৰ)

চিনেমাখনে  শ্ৰেষ্ঠ চিনেমা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ বঁটা লাভ কৰে।

বাফটা এৱাৰ্ডবিজয়ীসকলৰ এখন বিশেষ তালিকা-

  • শ্ৰেষ্ঠ চিনেমা- নমাডলেণ্ড
  • সৰ্বোৎকৃষ্ট ব্ৰিটিছ চিনেমা- প্ৰমিজিং ইয়ং ৱ’মেন
  • শ্ৰেষ্ঠ ডকুমেণ্টেৰী- মাই অক্টোপাছ টিছাৰ
(মাই অক্টোপাছ টিছাৰৰ এখন পোষ্টাৰ)
  • শ্ৰেষ্ঠ এনিমেচন চিনেমা- ছ’ল (Soul)
  • শ্ৰেষ্ঠ পৰিচালক- ক্ল’ ঝাও (নমাডলেণ্ড)
(ক্ল’ ঝাও)
  • শ্ৰেষ্ঠ অভিনেত্ৰী- ফ্ৰান্সিছ মেকডৰমাণ্ড (নমাডলেণ্ড)
(ফ্ৰান্সিছ মেকডৰমাণ্ড)
  • শ্ৰেষ্ঠ অভিনেতা- এণ্ঠনী হপকিনছ (দ্যা ফাদাৰ)
  • শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী- য়ুহ-জুং য়’ন (মিনাৰি)
  • শ্ৰেষ্ঠ সহঃ অভিনেতা- ডেনিয়েল কালুয়া (জুডাচ এণ্ড দ্যা ব্লেক মেচ্চিয়াহ)
  • শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী- নমাডলেণ্ড
  • শ্ৰেষ্ঠ এডিটিং- চাউণ্ড অৱ মেটেল
  • শ্ৰেষ্ঠ কষ্টিউম ডিজাইন- মা ৰেইনী’জ ব্লেক বট্টম

উল্লেখযোগ্য যে বাফটা এৱাৰ্ড প্ৰদান অনুষ্ঠানটোত স্বামী নিক জ’নাছৰ স’তে ভাৰতৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাও উপস্থিত থাকে।

Recent News

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd