• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনত কাম হেৰুৱাই যৌনকৰ্মী হৈ পৰিল স্বামী! প্ৰেম বিবাহ কৰা যুৱতী পত্নীয়ে চকুৰে দেখিলে অন্ধকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2021 10:21 am
partner-doesnt-want-sex

প্ৰতিনিধিত্বমূলক ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ লকডাউনে বহু মানুহৰ জীৱন-জীৱিকালৈ বিপৰ্যয় কঢ়িয়াই অনাটো সৰ্বজনবিদিত। কিন্তু বাংগালোৰৰ এইজন যুৱকে যিদৰে তেওঁৰ বৃত্তি সলনি কৰি পেলালে সেয়া এক দুৰ্ভাগ্যজনক বুলি কোৱাৰ বাহিৰে আৰু কি ক’ব পাৰি?

বিপঅ’ এটাত কাম কৰা এজন যুৱকে লকডাউনৰ সময়ত কাম হেৰুৱাই যৌনকৰ্মীৰ বৃত্তি বাচি লয়। পত্নীৰ পৰা কিছুদিন কথাটো লুকুৱাই ৰাখিছিল যদিও অৱশেষত তেওঁ ধৰা পৰি যায়।

Apply Now

বিপিঅ’ এটাত কাম কৰি থাকোতেই ইয়াৰ কেন্টিনত যুৱতীগৰাকীৰ সৈতে পৰিচয় ঘটে যুৱকজনৰ। তাৰ পাছত যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উছে। দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক চলাৰ পাছত ২০১৯ত তেওঁলোকে বিবাহপাশত আৱদ্ধ হয়।

বাংগালোৰত এটা ঘৰ ভাড়া লৈ দুয়োজনে সংসাৰ আৰম্ভ কৰে। কিন্তু লকডাউনত কাম হেৰুৱায় যুৱকজনে। কেইমাহ ধৰি কাম বিচাৰি সফল নোহোৱাত এজন পুৰুষ যৌনকৰ্মী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে যুৱকে। এই গোটেই ঘটনা পত্নীৰ পৰা লুকুৱাই ৰাখিছিল যুৱকজনে।

যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ স্বামীয়ে দীঘলীয়া সময়ৰ বাবে মোবাইল তথা লেপটপত ব্যস্ত থাকে। ইমান সময় ধৰি তেওঁ কি কৰে তাৰ প্ৰশ্ন কৰিলেও সঠিক উত্তৰ নাপায় যুৱতীগৰাকীয়ে।

তদুপৰি, যুৱকজনে বিভিন্ন ঠাইত ঘুৰি ফুৰে। ক’ত যায়, কি কৰে তাৰ কোনো উত্তৰো নিদিয়ে। তাৰপাছতে যুৱতীগৰাকীয়ে তেওঁৰ ভায়েকৰ পৰা লেপটপৰ পাছৱৰ্ড ক্ৰেক কৰি খুলি চায় গোপন ফ’ল্ডাৰ।

তাত আছিল অচিনাকি মহিলাৰ সৈতে আপত্তিকৰ অৱস্থাত তেওঁৰ পতিৰ ছবি। যুৱকে প্ৰথমতে বিষয়টো এৰাই চলিব বিচাৰিলেও অৱশেষত সকলো কথা খুলি কয়।

ইয়াৰ পাছতে যুৱতীগৰাকীয়ে আৰক্ষীৰ মহিলাৰ বাবে থকা বিশেষ নম্বৰত ফোন কৰে আৰু আৰক্ষীয়ে পতি-পত্নী দুয়োকে মাতি পঠায়। তাত দুয়োজনে সকলো কথা কয়। যুৱকজনে কিয় এই বৃত্তি বাচি ল’লে তাকো কয়।

এতিয়া তেওঁৰ এই বৃত্তি ভাল লগা বুলিও জানিবলৈ দিয়ে। তেওঁ পত্নীকো অত্যন্ত ভালপোৱা বুলি জনায় আৰু একেলগে থাকিব বিচৰাৰ কথা ব্যক্ত কৰে।

ইপিনে, যুৱতী পত্নীয়ে বিচ্ছেদৰ সিদ্ধান্ত অলৰ-অচৰ হৈ থাকে। অৱশেষত দুয়োৱে বিচ্ছেদৰ বাবে সন্মতি জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd