• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত নিয়ন্ত্ৰণহীন কৰ’নাৰ সংক্ৰমণ! যোৱা ২৪ ঘন্টাত আক্ৰান্ত ১লাখ ৬১হাজাৰ; ৮৭৯জনৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2021 12:10 pm
Covid cases

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কোনোমতে নিয়ন্ত্ৰণত আনিব পৰা হোৱা নাই কৰ’নাৰ সংক্ৰমণ। ক্ৰমাৎ কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

বিগত ২৪ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৬১হাজাৰতকৈয়ো অধিক লোক। সংক্ৰমণ ৰোধৰ বাবে কেইখনমান ৰাজ্যত জাৰি কৰা হৈছে নিশাৰ সান্ধ্য আইন। আনকি মহাৰাষ্ট্ৰত লকডাউন দিয়াৰো চিন্তা-চৰ্চা চলিছে।

Apply Now

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১লাখ ৬১হাজাৰ ৭৩৬জন। সেইদৰে মৃত্যু হৈছে ৮৭৯জনৰ।

এতিয়ালৈকে দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১কোটি ৩৬ লাখ ৮৯ হাজাৰ ৪৫৩ জন লোক।

সেইদৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ১ লাখ ৭১ হাজাৰ ৫৮ জন ।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ৯৭ হাজাৰ ১৬৮ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

দেশত এতিয়ালৈকে মুঠ ১ কোটি ২২ লাখ ৫৩হাজাৰ ৬৯৭ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

সেইদৰে, দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যাই ১২ লাখ ৬৪হাজাৰ ৬৯৮জন।

ইপিনে, দেশত এতিয়ালৈকে মুঠ ১০ কোটি ৮৫ লাখ ৩৩ হাজাৰ ৮৫ জন লোকে ভেকচিন লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

June 18, 2026 2:51 pm

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

June 18, 2026 1:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

June 18, 2026 2:51 pm

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd