• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2021 7:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (CWC) এখন বৈঠক অনুষ্ঠিত হৈ যায়।

বৈঠকত দেশৰ ক’ভিড-১৯ পৰিস্থিত সম্পৰ্কে আলোচনা কৰা নাই।

বেঠকৰ শেষত, দলটোৱে দাবী কৰে যে ক’ভিড নিয়ন্ত্ৰণ কৰিব পৰা সকলো ধৰণৰ জীৱনদায়িনী ঔষধ আৰু সামগ্ৰীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে জিএছটি বাতিল কৰিব লাগে।

তদুপৰি, ক’ভিড-১৯ ভেকচিনৰ ক্ষেত্ৰতো দলটোৱে দাবী উত্থাপন কৰে।

দলটোৱে দাবী কৰে যে দেশৰ যুৱকসকলকো ভেকচিন প্ৰদান কৰিব লাগে।

এইক্ষেত্ৰত ভেকচিন গ্ৰহণৰ বয়স ২৫লৈকে কমাব লাগে বুলি দলটোৱে কয়।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ নিয়মাৱলীমতে, কেৱল ৪৫ বছৰৰ ঊৰ্ধৰ লোকসকলকহে ভেকচিন গ্ৰহণ কৰিব পাৰিব।

বৈঠকৰ আৰম্ভণিতে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি সোনীয়া গান্ধীয়ে অভিযোগ কৰে ক’ভিড ভেকচিনৰ ক্ষেত্ৰত কেন্দ্ৰই বিজেপি শাসিত ৰাজ্যসমূহত অধিক প্ৰাধান্য প্ৰদান কৰিছে।

তেওঁ লকডাউনৰ ফলত যিসকল দৰিদ্ৰ লোক ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকক চৰকাৰে চকু দিবলৈ দাবী কৰে।

তদুপৰি কেন্দ্ৰীয় চৰকাৰে ক’ভিড-১৯ৰ দ্বিতীয় ঢৌ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে অপ্ৰস্তুত বুলিও অভিযোগ।

এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ বুলি তেওঁ কয়।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে ক’ভিড-১৯ ভেকচিন আন দেশলৈ ৰাপ্তানী কৰিবলৈ সিদ্ধান্ত লোৱা কাৰ্যক ”ফোপজহী উদাৰতা” বুলি ছোনীয়া গান্ধীয়ে কটাক্ষ কৰে।

তেওঁ কয় যে যিসময়ত দেশত হাজাৰ হাজাৰ লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে আৰু ভেকচিনৰ অনাটন হৈছে, সেই সময়ত কেন্দ্ৰীয় চৰকাৰে ভেকচিন ৰাপ্তানী কৰি আন দেশসমূহক নিজৰ উদাৰতাৰ ফোপজহ মাৰিছে।

তদুপৰি, লকডাউনে জুৰুলা কৰা দেশৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক মাহিলী আৰ্থিক সকাহ আৰু ৬,০০০ টকাৰ ক্ষতিপূৰণ জনাবলৈও কংগ্ৰেছ দলে কেন্দ্ৰৰ আগত দাবী কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd