• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৱবৰ্ষৰ উপহাৰ, ২৩ হাজাৰ বন্দীক মুক্তি দিলে ম্যানমাৰৰ সামৰিক শাসকে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2021 9:37 am
a ju
367
VIEWS
Share on FacebookShare on Twitter

গণতান্ত্ৰিক ব্যৱস্থাক ওফৰাই পেলাই ক্ষমতা হস্তগত কৰা ম্যানমাৰৰ সামৰিক জুণ্টাই শেহতীয়াকৈ দেশ খনৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২৩ হাজাৰ বন্দীক মুকলি কৰি দিছে।

সংবাদ প্ৰতিষ্ঠান এএফপিৰ বাতৰিত প্ৰকাশ যে বৌদ্ধ নৱবৰ্ষ উপলক্ষ্যে জুণ্টা প্রশাসনে বন্দী সকলক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত জুণ্টাই ম্যানমাৰৰ শাসনৰ বাঘজৰী হস্তগত কৰাৰ পিছৰে পৰা দেশ খনত সামৰিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে।

সেনাৰ গুলীত এতিয়ালৈকে ম্যানমাৰত ৭০০ ৰো অধিক প্ৰতিবাদকাৰী নিহত হৈছে।

শেহতীয়াকৈ বৌদ্ধ নৱবৰ্ষ উপলক্ষ্যে য়াংগনৰ ইনছেইন কাৰাগাৰৰ পৰা ৮০০ বন্দীক মুক্তি দিয়া হৈছে।

ইপিনে একাংশ লোকে অভিযোগ কৰা অনুসৰি সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোক সকলক কাৰাবন্দী কৰি ৰখাৰ বাবেই জুণ্টাই কাৰাগাৰত পূৰ্বৰে পৰা থকা বহু বন্দীক মুক্তি দি কাৰাগাৰত ঠাই উলিয়াই লৈছে।

জুণ্টাই ইতিমধ্যে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক বন্দী কৰিছে। বহু প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সামৰিক শাসকে মৃত্যুৰ পৰোৱানা পৰ্যন্ত জাৰি কৰিছে।

বহু মডেল, অভিনেত্ৰী আদিকো গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে জুণ্টাই।

Recent News

ভণ্ড বাবা! নাবালিকাক অপহৰণ কৰি ধ*ৰ্ষণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ সন্ন্যাসী

ভণ্ড বাবা! নাবালিকাক অপহৰণ কৰি ধ*ৰ্ষণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ সন্ন্যাসী

অনুকৰণীয়! চাইকেল চলাই ১২৪ কেজি ওজন কমিল যুৱকৰ

অনুকৰণীয়! চাইকেল চলাই ১২৪ কেজি ওজন কমিল যুৱকৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰিজভিৰ বিজয়ী ইনিংছৰ সন্মুখত ম্লান শ্ৰেয়াছৰ দুৰ্দান্ত ইনিংছ! জয়েৰে আই পি এল সামৰিলে দিল্লীয়ে

ৰিজভিৰ বিজয়ী ইনিংছৰ সন্মুখত ম্লান শ্ৰেয়াছৰ দুৰ্দান্ত ইনিংছ! জয়েৰে আই পি এল সামৰিলে দিল্লীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd