• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
April 18, 2021 3:22 pm
index.jpg2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিখনে আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ কৰে। মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ আতিথ্যত চিংফৌ ইক’ ল’জত শনিবাৰে আনুষ্ঠানিক ঊদ্বায়িত্ব গ্ৰহণৰ কাৰ্যসুচী অনুষ্ঠিত হয়।

বিদায়ী সভাপতি ড° ঋষি দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত ৰাণাজ্যোতি নেওগে। সভাখনত বিদায়ী সভাপতি দাসে নৱনিৰ্বাচিত সভাপতি অনুজ কলিতাক আনুষ্ঠানিকভাৱে গামোছা পিন্ধাই দ্বায়িত্ব ভাৰ অৰ্পণ কৰে।

Apply Now

উল্লেখ্য যে কাকপথাৰত অনুষ্ঠিত সন্থাৰ দ্বি-বিংশতিতম দ্বিবাৰ্ষিক অধিবেশনত সভাপতি হিচাপে অনুজ কলিতা ( ডুমডুমা), উপ-সভাপতি হিচাপে কমল তালুকদাৰ ( তিনিচুকীয়া ), সাধাৰণ সম্পাদক হিচাপে ৰাণাজ্যোতি নেওগ ( মাৰ্ঘেৰিটা ), সহকাৰী সাধাৰণ সম্পাদক হিচাপে ক্ৰমে ৰমনী বুঢ়াগোঁহাই ( ডিগবৈ ), ৰাতুল কলিতা (কাকপথাৰ ), শুক্লেশ্বৰ গগৈ ( শদিয়া ), কোষাধ্যক্ষ হিচাপে  দিনেশ গোয়েল ( ডুমডুমা ), কাৰ্যনিৰ্বাহক সদস্য হিচাপে মানস প্ৰতিম গগৈ ( মাৰ্ঘেৰিটা ), অভিজিৎ খাটনিয়াৰ ( ডুমডুমা ), ৰাজু হাজৰিকা ( ডিগবৈ ), বগেন গগৈ (শদিয়া ), হেমন্ত কুমাৰ শইকীয়া ( তিনিচুকীয়া , সাংবাদিক ), মনোজ কুমাৰ চাহু (ছৈখোৱা ), উমেশ সিং ( তিনিচুকীয়া ), মনোজ দত্ত ( ডুমডুমা ), চিন্ময় শৰ্মা ( তিনিচুকীয়া ) মিন্টু তালুকদাৰে ( কাকপথাৰ ) দায়িত্ব ভাৰ গ্ৰহণ কৰে।

ইফালে আমন্ত্ৰিত সদস্য হিচাপে প্ৰনৱ ফুকন, (সম্পাদক তিনিচুকীয়া প্ৰেছ ক্লাব ) মনোঞ্জন  দাস (সম্পাদক ডিগবৈ  প্ৰেছ ক্লাব ), ৰাজ ট্ৰিবিয়াল (সম্পাদক শদিয়া প্ৰেছ ক্লাব), বিজয় দত্ত (সভাপতি কাকপথাৰ প্ৰেছ ক্লাব ), পুনেশ্বৰ ফুকন (সম্পাদক ছৈখোৱা প্ৰেছ ক্লাব), প্ৰশান্ত চেতিয়া (সম্পাদক  মাৰ্ঘেৰিটা সাংবাদিক সংস্থা ) আৰু মনোজ বৰুৱা (সম্পাদক ডুমডুমা প্ৰেছ ক্লাব)নিৰ্বাচিত হয়।

অন্যহাতে ন্যাস সমিতিখনৰ সভাপতি সম্পাদক ৰূপে পুনৰ ৰঞ্জিত দত্ত আৰু কৃষ্ণা উপাধ্যায় মনোনীত হয়।

সভাখনত বিভিন্ন জনে নিজ মন্তব্য আগঢ়ায়। নৱনিৰ্বাচিত সভাপতি অনুজ কলিতাই সংস্থাক অধিক গতিশীল কৰি তোলা হ’ব বুলি মন্তব্য কৰে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd