• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
April 18, 2021 3:22 pm
index.jpg2
175
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিখনে আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ কৰে। মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ আতিথ্যত চিংফৌ ইক’ ল’জত শনিবাৰে আনুষ্ঠানিক ঊদ্বায়িত্ব গ্ৰহণৰ কাৰ্যসুচী অনুষ্ঠিত হয়।

বিদায়ী সভাপতি ড° ঋষি দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত ৰাণাজ্যোতি নেওগে। সভাখনত বিদায়ী সভাপতি দাসে নৱনিৰ্বাচিত সভাপতি অনুজ কলিতাক আনুষ্ঠানিকভাৱে গামোছা পিন্ধাই দ্বায়িত্ব ভাৰ অৰ্পণ কৰে।

উল্লেখ্য যে কাকপথাৰত অনুষ্ঠিত সন্থাৰ দ্বি-বিংশতিতম দ্বিবাৰ্ষিক অধিবেশনত সভাপতি হিচাপে অনুজ কলিতা ( ডুমডুমা), উপ-সভাপতি হিচাপে কমল তালুকদাৰ ( তিনিচুকীয়া ), সাধাৰণ সম্পাদক হিচাপে ৰাণাজ্যোতি নেওগ ( মাৰ্ঘেৰিটা ), সহকাৰী সাধাৰণ সম্পাদক হিচাপে ক্ৰমে ৰমনী বুঢ়াগোঁহাই ( ডিগবৈ ), ৰাতুল কলিতা (কাকপথাৰ ), শুক্লেশ্বৰ গগৈ ( শদিয়া ), কোষাধ্যক্ষ হিচাপে  দিনেশ গোয়েল ( ডুমডুমা ), কাৰ্যনিৰ্বাহক সদস্য হিচাপে মানস প্ৰতিম গগৈ ( মাৰ্ঘেৰিটা ), অভিজিৎ খাটনিয়াৰ ( ডুমডুমা ), ৰাজু হাজৰিকা ( ডিগবৈ ), বগেন গগৈ (শদিয়া ), হেমন্ত কুমাৰ শইকীয়া ( তিনিচুকীয়া , সাংবাদিক ), মনোজ কুমাৰ চাহু (ছৈখোৱা ), উমেশ সিং ( তিনিচুকীয়া ), মনোজ দত্ত ( ডুমডুমা ), চিন্ময় শৰ্মা ( তিনিচুকীয়া ) মিন্টু তালুকদাৰে ( কাকপথাৰ ) দায়িত্ব ভাৰ গ্ৰহণ কৰে।

ইফালে আমন্ত্ৰিত সদস্য হিচাপে প্ৰনৱ ফুকন, (সম্পাদক তিনিচুকীয়া প্ৰেছ ক্লাব ) মনোঞ্জন  দাস (সম্পাদক ডিগবৈ  প্ৰেছ ক্লাব ), ৰাজ ট্ৰিবিয়াল (সম্পাদক শদিয়া প্ৰেছ ক্লাব), বিজয় দত্ত (সভাপতি কাকপথাৰ প্ৰেছ ক্লাব ), পুনেশ্বৰ ফুকন (সম্পাদক ছৈখোৱা প্ৰেছ ক্লাব), প্ৰশান্ত চেতিয়া (সম্পাদক  মাৰ্ঘেৰিটা সাংবাদিক সংস্থা ) আৰু মনোজ বৰুৱা (সম্পাদক ডুমডুমা প্ৰেছ ক্লাব)নিৰ্বাচিত হয়।

অন্যহাতে ন্যাস সমিতিখনৰ সভাপতি সম্পাদক ৰূপে পুনৰ ৰঞ্জিত দত্ত আৰু কৃষ্ণা উপাধ্যায় মনোনীত হয়।

সভাখনত বিভিন্ন জনে নিজ মন্তব্য আগঢ়ায়। নৱনিৰ্বাচিত সভাপতি অনুজ কলিতাই সংস্থাক অধিক গতিশীল কৰি তোলা হ’ব বুলি মন্তব্য কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd