• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চভূতত বিলীন প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ; ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
April 20, 2021 2:46 pm
Last rite of former CM Bhumidhar Barman

ফটো: নৰ্থইষ্ট নাও।

315
VIEWS
Share on FacebookShare on Twitter

পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন মুখ্য মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ।

মঙলবাৰে জন্মস্থান নলবাৰী জিলাৰ বেলশৰৰ শিঙিমাৰীত বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।

অগণন গুণমুগ্ধৰ উপস্থিতিত ৰাজ্যিক মৰ্যাদাৰে অন্তিম সৎকাৰ সম্পন্ন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ বৰ্মনৰ।

জনপ্ৰিয় ৰাজনীতিকগৰাকীৰ চিতাত মুখাগ্নি কৰে পুত্ৰ দিগন্ত বৰ্মনে।

শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নাৰায়ণ ডেকা, প্ৰশান্ত ফুকন, প্ৰমুখ্য ভালেসংখ্যক বিশিষ্ট ব্যক্তি।

গৰীৱৰ বন্ধু, জননেতা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া  বেলশৰৰ ভকতৰাম পুখুৰী পাৰত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰয়াত জননেতাগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Recent News

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd