• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰোনাতংক! : ৰাজ্যত বলৱৎ কৰা হ’ল নতুন কোবিড নীতি নিৰ্দেশনা; কি কি বাধ্যবাধকতা থাকিব ৰাজ্যত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2021 3:52 pm
Jishnu-Baruah-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে মংগলবাৰে নতুন কোভিড নিৰ্দেশনা জাৰি কৰিছে। আজিৰে পৰা সন্ধিয়া ৬ বজাৰ পূৰ্বে বন্ধ হ’ব সকলো বজাৰ, চুপাৰ মাৰ্কেট, শ্বপিংম’লৰ দোকান, সাপ্তাহিক বজাৰ আদি। আজি ৰাজ্যৰ মুখ্য সচিব জিঞ্চু বৰুৱাই এক সংবাদ মেল সম্বোধি এইদৰে কয়।

সংবাদ মেলত মুখ্য সচিব জিঞ্চু বৰুৱাই লগতে কয় যে মাত্ৰ ৫০ শতাংশ কৰ্মচাৰীৰে চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহ চলাব লাগিব। সকলো কৰ্মস্থান তথা কাৰ্যালয় আদি সম্পূৰ্ণৰূপে চেনিটাইজ কৰিব লাগিব। কৰ্মচাৰীসকলেও চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব।

Apply Now

কোভিড নীতি নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মাস্ক পৰিধান নকৰাসকলে ১০০০ টকাকৈ জৰিমনা ভৰিব লাগিব।

প্ৰশাসনৰ অনুমতি সাপেক্ষে অনুষ্ঠান আয়োজন কৰিব পাৰিলেও তাত ৫০ শতাংশ অথবা সৰ্বোচ্চ ৪০০ জন লোকহে উপস্থিত থাকিব পাৰিব। আনহাতে বিবাহকে ধৰি ঘৰুৱা অনুষ্ঠানত মাত্ৰ ১০০ জন লোকহে উপস্থিত থাকিব পাৰিব।

মৃতকৰ শেষকৃত্যত ২০ জনতকৈ অধিক লোক থাকিব নোৱাৰিব।

কাৰ্যালয়সমূহত ঘৰৰ পৰা কাম কৰাৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব আৰোপ কৰিবলৈ কোৱা হৈছে। গৰ্ভৱতী মহিলা কৰ্মচাৰী অথবা ৫ বছৰ অনুৰ্ধৰ শিশু থকা মাতৃয়ে ঘৰৰ পৰাই কাম কৰিব পাৰিব।

ইফালে শিক্ষানুষ্ঠানসমূহত মাত্ৰ ৫০ শতাংশ শিক্ষাৰ্থী উপস্থিতি থাকিব পাৰিব। সকলো শিক্ষানুষ্ঠানে মান সম্পন্ন অনলাইন শিক্ষা প্ৰদানৰ ব্যৱস্থা ৰখাটো বাধ্যতামূলক কৰা হ’ব। বিদ্যালয়সমূহত পুৱাৰ প্ৰাৰ্থনা সভাকে ধৰি সকলো শিক্ষাৰ্থী সমবেত হ’ব পৰা কাৰ্যসূচী বাতিল কৰা হৈছে।

ধৰ্মীয় স্থান অথবা উৎসৱসমূহত ঘণ্টাই প্ৰতি ২০ জনকৈ লোক উপস্থিত থাকিব পাৰিব। অৱশ্যে তীৰ্থ স্থানসমূহত ঘণ্টাই প্ৰতি ৫০ জনকৈ ব্যক্তি উপস্থিত থাকিব পাৰিব।

অটোৰিক্সা, অ’লা, উবেৰ বা আন যান-বাহনত এজন চালক আৰু দুজন যাত্ৰী যাব পাৰিব।

চিটাবাছ, আন্তঃজিলা আৰু আন্তঃৰাজ্যিক বাছসমূহে ৫০ শতাংশ যাত্ৰীহে নিব পাৰিব।

ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে। এখন দোকানত একে সময়ত ৫ জন লোক সমবেত হ’ব পাৰিলেও ৬ ফুটৰ দূৰত্ব বজাই ৰখাতো বাধ্যতামূলক কৰা হৈছে।

চেলুন, পাৰ্লাৰসমূহ খোলা থাকিব যদিও কোভিড নীতি নিয়ম কঠোৰ ভাৱে মানি চলিব লাগিব।

এই আটাইবোৰ নতুন কোভিড নীতি নিৰ্দেশনা ৩০ এপ্ৰিল পৰ্যন্ত কঠোৰভাৱে বলৱৎ কৰা হৈছে বুলি সদৰী কৰিছে ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd