• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2021 8:42 pm
MAHA-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে দেশৰ অন্যতম প্ৰধান প্ৰদেশ মহাৰাষ্ট্ৰত।

দেশৰ ভিতৰতে দ্বিতীয় ঢৌৰ কোভিড সংক্ৰমণত শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ।

Apply Now

ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে লোৱা সকলো পদক্ষেপ ব্যৰ্থ হৈছে। কোভিড সংক্ৰমণ বাঢ়ি যোৱাৰ সমান্তৰালভাৱে দুঃচিন্তাও ক্ৰমশঃ বৃদ্ধি হৈছে উদ্ধৱ থাকৰেৰ মহাৰাষ্ট্ৰ চৰকাৰৰ।

ৰাজ্যখনৰ এই অভাৱনীয় পৰিস্থিতিত চৰকাৰে ১৫ দিনৰ বাবে সম্পূৰ্ণ লকডাউন বলৱৎ কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে বুলি বিশেষ সূত্ৰে খবৰ আহিছে।

সূত্ৰটোৰ মতে অহা বুধবাৰ অৰ্থাৎ ২১ এপ্ৰিলৰ পৰা অহা ১৫ দিনলৈ ৰাজ্যখনত সম্পূৰ্ণ লকডাউন বলৱৎ কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে ৰাজ্যখনৰ কোভিড পৰিস্থিতৰ পৰ্যালোচনাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈ গৈছে। উক্ত বৈঠকত মহাৰাষ্ট্ৰৰ কেবিনেটৰ সদস্যসকলে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক ৰাজ্যখনত সম্পূৰ্ণ লকডাউন বলৱৎ কৰিবলৈ অনুৰোধ কৰা বুলি প্ৰকাশ কৰিছে ৰাজ্যখনৰ খোদ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

“কাইলৈ সন্ধিয়া ৮ বজাৰ পৰা ৰাজ্যত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিবলৈ আমি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক অনুৰোধ জনাইছো।” কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ আগত মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ ট’পে-এ এইদৰে কয়।

অক্সিজেনৰ নাটনিয়েই মহাৰাষ্ট্ৰৰ সম্ভাৱ্য লকডাউনৰ কাৰক বুলি ৰাজ্যিক মন্ত্ৰী আছলাম শ্বেইখে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

ইফালে ৰাজ্যখনত লকডাউন বলৱৎ কৰিলে ঔষধৰ দোকানসমূহক ৰেহাই দিয়া হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মহাৰাষ্ট্ৰ চৰকাৰে যোৱা ১৪ এপ্ৰিলত ৰাজ্যখনত ১৫ দিনীয়া জনতা কাৰ্ফিউ ঘোষণা কৰিছিল। কিন্তু জনতা কাৰ্ফিউৱে ৰাজ্যখনত কোভিড সংক্ৰমণ ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

সেয়ে মহাৰাষ্ট্ৰ চৰকাৰে আগন্তুক ১৫ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd