• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কেতিয়া বন্ধ হ'ব পাৰে গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠান?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2021 6:26 pm
HBS press meet
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডে ক্ৰমাৎ কালান্তক ৰূপ ধাৰণ কৰা ৰাজ্যৰ বহু বিদ্যালয়ত এতিয়া পাঠদান সম্পূৰ্ণ ভাবে অথবা আংশিক ভাবে বন্ধ হৈ পৰিছে।

এনে পৰিস্থিতিত চলিত বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় তাকেলৈ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলো উদ্বিগ্ন হৈ পৰিছে।

Apply Now

পৰীক্ষা স্থগিত কৰাৰ প্ৰসংগত মন্তব্য কৰি আজি অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি এই বিষয়ত সিদ্ধান্ত লোৱা হ’ব।

ইয়াৰ বাবে চৰকাৰে ২ মে’ পৰ্যন্ত ৰাজ্যৰ কোভিড পৰিস্থিতি অধ্যয়ন কৰিব আৰু যদি পৰিস্থিতি উন্নত হোৱাৰ সলনি অধিক বেয়াৰ পিনেহে যায় তেন্তে চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়টো নতুনকৈ ভাবিবলৈ বাধ্য হ’ব।

অৰ্থাৎ ২ মে’ৰ পিছতহে পৰীক্ষা স্থগিত ৰখাৰ বিষয়টো স্পষ্ট হ’ব।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যদি গুৱাহাটী মেট্ট্ৰ’ত দৈনিক কোভিড ৰোগীৰ সংখ্যা ১০০০ বা তাতোকৈ ওপৰত যায় তেন্তে গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠান আৰু ছাত্ৰাবাস-ছাত্ৰী নিবাস আদি বন্ধ কৰাৰ বিষয়ত জিলা উপায়ুক্তই নিৰ্দেশ দিব পাৰিব।

উল্লেখ্য ইতিমধ্যে কোভিডৰ বাবেই মণিপুৰত উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ পৰীক্ষা বাতিল কৰা হৈছে। বাতিল হৈছে জেইইৰ মূল পৰীক্ষা।

একেদৰে মে’ মাহত অনুষ্ঠিত হ’বলগীয়া CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও  দুটা বৃহৎ সিদ্ধান্ত  গ্ৰহণ কৰিছে।

সেই মৰ্মে CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা ক’ৰ’ণাতংকৰ বাবে বাতিল কৰা হৈছে আৰু দ্বাদশ শ্ৰেণাৰ পৰীক্ষা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত বিশেষ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি CBSE য়ে প্ৰস্তুত কৰা অৱজেক্টটিভ ক্ৰাইটেৰিয়াৰ ওপৰত ভিত্তি কৰি দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হ’ব।

যিসকল শিক্ষাৰ্থীয়ে সেই ফলাফলত সন্তুষ্ট নহ’ব তেওঁলোকে পৰৱৰ্তী সময়ত অনুষ্ঠিত কৰা বিশেষ পৰীক্ষাত বহিব পাৰিব।

একেদৰে দেশৰ ক’ৰ’ণা পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সময় পুনৰ নিৰ্দ্ধাৰণ কৰা হ’ব আৰু আপাততঃ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য অহা ৪ মে’ৰ পৰা CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।

ক’ৰ’ণাৰ সংহাৰৰ মাজতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে চলিত বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হ’বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিবলৈ দাবী জনাই এখন পত্ৰত স্বাক্ষৰ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd