• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অনন্য কেৰেলা! ভেকচিন ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ পুঁজিলৈ লাখ লাখ টকা বৰঙনি আগবঢ়ালে জনতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2021 3:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰস্তুতকাৰী কোম্পানীসমূহৰ পৰা ক’ভিড-১৯ ভেকচিনসমূহ ৰাজ্যসমূহে পোনপটীয়াকৈ ক্ৰয় কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিয়াৰ পাছতে কেৰেলাৰ জনসাধাৰণে এক অনন্য ভূমিকা পালন কৰিছে।

হাজাৰ হাজাৰ লোকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দুৰ্যোগ প্ৰশমন পুঁজি (Distress Relief Fund), চমুকৈ CMDRFলৈ বৰঙণি আগবঢ়াইছে।

Apply Now

ইয়াৰ জৰিয়তে ভাৰতৰ আটাইতকৈ শিক্ষিত দেশখনৰ লোকসকলে ৰাজ্য চৰকাৰে ভেকচিন ক্ৰয় কৰাৰ ক্ষেত্ৰত সহযোগ কৰিছে, যাতে ৰাজ্যখনত ভেকচিনসমূহ বিনামূলীয়াকৈ জনসাধাৰণে লাভ কৰিব পাৰে।

বৰঙনি সংগ্ৰহৰ এই অভিযান বুধবাৰৰ পৰা আৰম্ভণি হৈছে।

সামাজিক মাধ্যমযোগে কেইজনমান লোকে আগভাগ লোৱা এই অভিযানটোত কোৱা হৈছিল যে যিসকলে কেৰেলা বা অন্যান্য ৰাজ্যত ভেকচিন লাভ কৰিছে, তেওঁলোকে CMDRFলৈ বৰঙণি আগবঢ়াওক।

ৰাৱনন কান্নুৰ নামৰ এজন লোকে সামাজিক মাধ্যমত কৈছে যে ভেকচিনটো ব্যৱসায়ৰ সামগ্ৰী নহয়।

লোকজন বৰ্তমান কুৱেইট বাস কৰি আছে।

তেওঁ কয় যে কুৱেইটৰ চৰকাৰে তেওঁক বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিব, সেয়ে তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে CMDRFলৈ বৰঙনি আগবঢ়াব।

ফেচবুকত তেওঁ এনেদৰে প’ষ্ট কৰাৰ পাছতে হাজাৰ হাজাৰ লোকে সমৰ্থন আগবঢ়ায়।

“স্বাস্থসেৱা প্ৰত্যেক নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ।”- তেওঁ কয়।

তেওঁৰ পাছতে হাজাৰ হাজাৰ লোকে CMDRFলৈ বৰঙনি আগবঢ়াইছে।

বৰঙনিৰ পৰিমাণ বৃহস্পতিবাৰলৈকে ৫০ লাখ টকা বুলি জানিব পৰা গৈছে।

ৰাজ্যখনৰ জনসাধাৰণৰ এই উদাৰতাক লৈ গৰ্বিত হৈ পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়ন।

এই লৈ বৃহস্পতিবাৰে আবেলি তেওঁ এখন সংবাদমেল সম্বোধন কৰে।

“এয়াই কেৰেলাৰ বিশেষত্ব। আমি আমাৰ একতাৰ শক্তি পূৰ্বেও প্ৰত্যক্ষ কৰিছো।”- সংবাদমেলত মুখ্যমন্ত্ৰীজনে কয়- “”যিকোনো সমস্যাক অতিক্ৰম কৰিবলৈ আমাৰ শক্তি হৈছে জনতাৰ এই সহযোগ।”

“চৰকাৰে স্পষ্ট কৰি দিছে যে আমি জনসাধাৰণক বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিম আৰু তাৰ প্ৰতিক্ৰিয়াস্বৰূপে জনতাই চৰকাৰক সহায় কৰিব বিচাৰিছে।”- তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd