• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড পৰিস্থিতিক লৈ সন্ত্ৰস্ত ৰাইজ; তিনিচুকীয়া জিলা আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2021 7:10 am
index
255
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশেই এতিয়া কৰ’নাৰ কৰাল গ্ৰাসত পৰি বিপৰ্যস্ত হৈ পৰিছে। অসমতো কৰ’নাৰ দ্বিতীয় ঢৌৱে জনসাধাৰণৰ মনত উদ্বেগৰ সৃষ্টি কৰিছে।

কোভিডৰ এনে পৰিৱেশত পুনৰবাৰ দূৰত্ব বজাই ৰখা, সঘনাই চাবোনেৰে হাত ধোঁৱা আৰু বিশেষকৈ মাস্ক ব্যৱহাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে।

ৰাজ্য চৰকাৰে এনে পৰিস্থিতিত মাস্ক পৰিধান নকৰা লোকক অতি কমেও  ১০০০ টকা জৰিমনা বিহিবলৈ নিৰ্দেশ জাৰি কৰিছে।

এনে সময়তে যোৱা ২১ এপ্ৰিলৰ পৰা তিনিচুকীয়া জিলা আৰক্ষীয়ে এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে আৰু জনসাধাৰণৰ কাষ চাপি পৰিস্থিতিৰ জটিলতা অনুধাৱন কৰোৱাৰ প্ৰচেষ্টা চলাইছে।

জিলাখনৰ আৰক্ষী অধীক্ষক আই পি এচ বৈভৱ নিম্বালকৰৰ নেতৃত্বত মানৱীয় দৃষ্টিৰে যোৱা কেইদিন ধৰি তিনিচুকীয়া নগৰকে ধৰি জিলাখনৰ প্ৰতিখন থানাৰ অন্তৰ্গত প্ৰায়বোৰ অঞ্চলতে বিনামূলীয়াকৈ কেইবাহাজাৰো মাস্ক বিতৰণ কৰি সাধাৰণ জনতাৰ মাজত ব্যাপক সজাগতা অভিযান চলোৱা হৈছে।

প্ৰকৃতাৰ্থতে জনসাধাৰণক আতংকিত নকৰি তথা নিজৰ সতৰ্কতা আৰু সজাগতা সম্পৰ্কে বিনম্ৰভাৱে সোঁৱৰাই দি ৰাইজৰ কাষত থিয় দিয়া এই কাৰ্যক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।

Recent News

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd