• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কৰ চাহ বাগিচাত পোকৰ সন্ত্ৰাস; খাই বিনষ্ট কৰিলে শ শ বিঘা বাগিচাৰ কেঁচাপাত

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
April 25, 2021 2:00 pm
Tea garden Final

ফটো: নৰ্থইষ্ট নাও।

259
VIEWS
Share on FacebookShare on Twitter

এফালে ৰঙালীৰ উচাহ,আনফালে কোভিডৰ সন্ত্ৰাস। তাৰ মাজতে সকলো ব্যস্ত নিজ নিজ কৰ্মক্ষেত্ৰত। ব্যতিক্ৰম নহয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল।

কিন্তু সম্প্ৰতি চাহ খেতিয়ক সকললৈ অশনি সংকেত নমাই আনিছে এবিধ পোকে।

যোৰহাট জিলাৰ টীয়কতো এই অনিষ্টকাৰী পোক বিধে বিস্তৰ ক্ষতি সাধন কৰিছে l ইয়াৰ ফলত বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকল বৃহৎ সমস্যাৰ সন্মুখীন হৈছে।

যোৱা বছৰ লকডাউনৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছিল যদিও এইবাৰ কৰ’নাই মহামাৰী ৰূপ ধাৰণ কৰিলেও চাহ ফেক্টৰিবোৰ খুলি ৰখাত বাগিচাৰ উৎপাদিত কেঁচা চাহপাত খিনি ফেক্টৰিত দিব পাৰিছিল।

কিন্তু “লুপাৰ “নামৰ এবিধ পোকৰ সন্ত্ৰাসে চাহ খেতিয়কসকলৰ জীৱনলৈ অমানিশা নমাই অনাৰ উপক্ৰম ঘটিছে।

নিশাটোৰ ভিতৰতে পোক বিধে বিঘাই বিঘাই খাই নষ্ট কৰিছে বাগিচাৰ কেঁচা চাহপাত।

সেয়ে নিজৰ গাঁঠিৰ ধন ভাগি কৰা চাহখেতি ডৰাত পোকৰ এই আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সংশ্লিষ্ট কতৃৰ্পক্ষ বিশেষকৈ যোৰহাটস্থিত টোকলাই চাহ গৱেষণা কেন্দ্ৰক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd