• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টক শ্ব’লৈ মাতি নি অসন্মান! অসমৰ এটা ব্যক্তিগত টেভি চেনেলক বয়কট কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ

ছচিয়েল মেডিয়াত প্ৰাগ নিউজৰ ঘোষকৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ উদ্গীৰণ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
April 26, 2021 5:14 pm
index
1.6k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে নিশা প্ৰাগ চেনেলৰ এক টক শ্ব’লৈ মাতি নি প্ৰিয়ংকা ভৰালীক ঘোষক দেৱজিৎ ভূঞাই অসন্মান কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। ইয়াক লৈ সকলোৱে একেমুখে প্ৰাগ নিউজৰ ঘোষক গৰাকীৰ কাণ্ডক লৈ তীব্ৰ গৰিহণা দি সকলোৱে #stand withpriyankabharali লিখি ছ’চিয়েল মেডিয়াত ক্ষোভ উজাৰিছে।

তেনে সময়তে আজি পুৱাৰ ভাগত প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, প্ৰিয়ংকা ভৰালী, ঘোষক দেৱজিৎ ভূঞা আৰু মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ এখন ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰে।

জানিব পৰা মতে সঞ্জীৱ নাৰায়ণে নিজে ফটোখন আপলোড কৰিছিল নিজৰ ফেইচবুক একাউন্টত।

এই ফটো ভাইৰেল হোৱাৰ পাছতে ফেচবুকযোগে স্পষ্টীকৰণ দিছে কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে।

নিজৰ ফেইচবুক পেইজত ভৰালীয়ে ভিডিঅ’টোৰ জৰিয়তে কয় ‘কালি হৈ যোৱা টক শ্ব’ৰ পাছত প্ৰাগ চেনেলৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়নে মোক তেওঁলোকক বেয়া পাবলৈ মানা কৰাৰ পাছত এখন ফটো তুলিবলৈ কৈছিল আৰু মইও ভদ্ৰতাৰ খাতিৰত ফটো তুলিছিলোঁ কিন্তু ইয়াৰ অৰ্থ এইতো নহয় যে মই বুজাবুজিৰ মাজত সেই টক শ্ব’টোত অংশগ্ৰহণ কৰিবলৈ গৈছিলো।‘

ইটিমৈধ্যে প্ৰিয়ংকা ভৰালীয়ে সঞ্জীৱ নাৰায়নক ব্যক্তিগতভাৱে ফোনৰ যোগেদি সেই ফটোখন দিয়াৰ বাবে প্ৰশ্ন কৰোঁতে তেওঁ ফটোখন দিলিত কৰি দিলে বুলি উল্লেখ কৰে।

তেওঁ আৰু কয় ‘ৰাইজক মই কব খোজো যে আমি কষ্ট কৰি উঠা মানুহ আমি কষ্ট কৰি যাম। আগতেও কোনো ধৰণৰ বুজাবুজি কৰা নাই ভৱিষ্যতলৈও নকৰোঁ।‘

তাৎপয্যপূৰ্ণভাৱে প্ৰাগ চানেলক প্ৰিয়ংকা ভৰালীয়ে ব্যক্তিগতভাৱে বয়কট কৰাৰ কথা ঘোষণা কৰে।

তেওঁ কয় ‘মই ব্যক্তিগতভাৱে আজিৰে পৰা প্ৰাগ নিউজক বয়কট কৰিলো। মোৰ কোনো অনুষ্ঠান আৰু মোৰ গীত তেওঁলোকে কেতিয়াও নবজায় যেন। তেওঁলোকৰ কোনো অনুষ্ঠানত মোক নিমন্ত্ৰণ নজনাই যেন।‘

আনহাতে প্ৰিয়ংকা ভৰালীক কালি অপমান কৰাৰ পাছতে ছ’চিয়েল মেডিয়াত জনপ্ৰিয় গায়ক-গায়িকাসকলে ক্ষোভ উজাৰিলে প্ৰাগ নিউজৰ ঘোষকগৰাকীৰ বিৰুদ্ধে।

এই সন্দৰ্ভত কন্ঠশিল্পী সুবাসনা দত্তই লিখি কয় ‘প্রার্থনা, এনেই ভাল ন? এইবাৰৰ পৰা অক্সিজেন চিলিণ্ডাৰ এটা লগত লৈ ল’ব হা, বাকী বেপাৰীসকলৰ ওচৰত ৱাছিং পাওদাৰ নিৰ্মা থাকেই কিন্তু।‘

ইয়াৰোপৰি, কন্ঠশিল্পী নীল আকাশে এই সন্দৰ্ভত লিখি কয় ‘দেৱজিত ভূঞাৰ বাবে এক মিনিটৰ মৌন প্ৰাৰ্থনা। #standwithpriyankabharali

আনহাতে, আচুৰ্য্য বৰপাত্ৰই এই সন্দৰ্ভত লিখি কয় ‘বাতৰি পৰিবেশক দেৱজিৎ ভূঞাক তেৰাই সুমতি দিয়ক। জিভাতো ছাগলীৰো থাকে 🤣OK Bye।’

ইপিনে, ইয়াক লৈ ছ’চিয়েল মেডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লক্ষীনন্দ লাহনে। তেওঁ ফেচবুকত লিখি কয় ‘শিল্পী আৰু বেপাৰীৰ প্ৰমাণ পত্ৰ দিয়া কিবা Channel এটা ওলাইছে বুলি শুনিছোঁ, হয় নেকি কথাটো? ভাবিছিলো ৰাইজেহে শিল্পী জন্ম দিয়ে, এতিয়া দেখিছো শিল্পী আৰু বেপাৰী পৰিচয় দিবলৈ দেৱজিৎ বুলি কোৱা এজনহে ওলাইছে।‘

Recent News

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd