• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধামন্ত্ৰী মোদীয়ে হৈছে কৰোনাৰ ‘ভয়ংকৰ সংক্ৰামক’ : কোনে কৰিলে এই বিস্ফোৰক মন্তব্য?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2021 5:22 pm
Modi-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মহামাৰী কৰোনাৰ ‘চুপাৰ সংক্ৰামক’ বুলি আখ্যা দিছে ইণ্ডিয়ান মেডিকেল এচ’ছিয়েশ্যন(IMA)ৰ উপ সভাপতি ডাঃ নৱজোৎ দাহিয়াই।

ৰাজ্যসমূহত বিশাল নিৰ্বাচনী ৰেলী আয়োজন আৰু গুৰুতৰ পৰিস্থিতিৰ সময়ত কুম্ভমেলাৰ অনুমতি দি কোভিড-১৯ৰ দ্বিতীয় ঢৌ বিয়পোৱাৰ বাবে মোদীক দায়িত্বহীন প্ৰধানমন্ত্ৰী বুলি আখ্যা দি দোষাৰোপ কৰিছে ডাঃ দাহিয়াই।

Apply Now

IMAৰ উপ-সভাপতি ডাঃ দাহিয়াই কয়, “চিকিৎসা সেৱাত জড়িত লোকসকলক বাধ্যতামূলকভাৱে কোভিড নিয়ম বুজাবলৈ ব্ৰতী থকা প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই সকলো কোভিড প্ৰট’কল ভংগ কৰি বিশাল ৰাজনৈতিক ৰেলীবোৰ সম্বোধন কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল।”

তেওঁ লগতে অভিযোগ কৰি কয় যে, “মেডিকেল অক্সিজেনৰ অভাৱত দেশৰ প্ৰতিটো প্ৰান্ততে বহুতো ৰোগীৰ মৃত্যুৰ কাৰণ হৈ পৰিছে। অক্সিজেন প্লান্ট স্থাপনৰ বাবে কেইবাটাও প্ৰস্তাৱিত প্ৰকল্প এতিয়াও কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰা নাই। মোডী চৰকাৰে এনে গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল।”

দেশৰ শেহতীয়া কোভিড পৰিৱেশ বৰ্ণনা কৰি তেওঁ লগতে কয় যে সমগ্ৰ দেশতে এই মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে আৰু দেশৰ প্ৰায় প্ৰতিখন চহৰতে শ্মশানত মৃতদেহ জমা হৈছে। চিকিৎসালয়ৰ বাহিৰত এম্বুলেন্সৰ দীঘলীয়া শাৰী আছে।

ইফালে পাঁচ ৰাজ্যসহ পডুচেৰীৰ বিধানসভা নিৰ্বাচন আৰু কুম্ভমেলাৰ সন্দৰ্ভত মন্তব্য কৰি ডাঃ দাহিয়াই মোদী চৰকাৰে মাৰাত্মক ভাইৰাছৰ প্ৰতিৰোধ নকৰি ইয়াৰ দ্বাৰা দেশত কোভিড সংক্ৰমণ ঘটোৱা বুলিও বিস্ফোৰক অভিযোগ কৰে।

“আনকি কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ আন্দোলনৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্বশীলভাৱে কাম কৰা নাছিল আৰু কৃষকসকলৰ সমস্যা সমাধানত গুৰুত্ব নিদি বিশাল সমাৱেশৰ অনুমতি দি দেশত কোভিড সংক্ৰমণৰ পৰিৱেশৰ সূচনা কৰিছিল।” ডাঃ দাহিয়াই লগতে আৰু কয়।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd