• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহাৰাষ্ট্ৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, ৪ গৰাকী ৰোগীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2021 11:09 am
E0BjmsSUUAYngRH-750x375
328
VIEWS
Share on FacebookShare on Twitter

দেশত কোভিডে মহা সংহাৰৰ সৃষ্টি কৰাৰ সময়তে দেশৰ বহু অঞ্চলৰ  হাস্পতালত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই বহু ৰোগীৰ প্ৰাণ কাঢ়ি নিছে।

আজি নিচেই পুৱাতে মহাৰাষ্ট্ৰৰ থানেৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।

এই ঘটনাত চাৰিগৰাকী ৰোগীৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে।

জানিব পৰা মতে আজি পুৱা ৩.৪০ বজাত থানেৰ মুম্ব্ৰা অঞ্চলত অৱস্থিত প্ৰাইম ক্ৰিটিকেয়াৰ হাস্পতালতঅগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

#Maharashtra: Major fire breaks out at a Hospital in #Mumbra. As per initial report three died and many rescued. More details awaited. The cause of fire is yet to be ascertained pic.twitter.com/ITm61nmn7b

— DD India (@DDIndialive) April 28, 2021

লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও ইতিমধ্যে চাৰি গৰাকী ৰোগীৰ মৃত্যু ঘটে।চিকিৎসালয় খনত কিদৰে জুই লাগিবলৈ পালে তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে চিকিৎসালয় খনৰ পৰা ২০ গৰাকী ৰোগীক উদ্ধাৰ কৰা হয়।উল্লেখ্য উক্ত চিকিৎসালয় খনত কোনো কোভিড ৰোগী চিকিৎসাধীন হৈ নাছিল।

মহাৰাষ্ট্ৰৰ চৰকাৰে এই ঘটনাত প্ৰাণ হেৰুওৱা ৰোগীসকলৰ প্ৰিয়ালক ৫ লাখকৈ টকাৰ সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।

অগ্নিকাণ্ডত আহত ৰোগীসকলক প্ৰত্যেককে ১ লাখ টকাৰ সাহায্য দিয়া হ’ব।মহাৰাষ্ট্ৰৰ চৰকাৰে এই সমগ্ৰ ঘটনাটোৰ এক তদন্তৰ নিৰ্দেশ দিছে।

উল্লেখ্য কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ এখন চৰকাৰী চিকিৎসালয়ত অক্সিজেন ছিলিণ্ডাৰ লিক হৈ ২২ গৰাকী ৰোগীৰ মৃত্যু ঘটিছিল।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd