• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আত্মসমৰ্পনকাৰী আলফা স্বাধীনৰ নেতা জীৱন মৰাণক সকীয়াই দিলে আৰক্ষী সঞ্চালক প্ৰধানে

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
April 29, 2021 5:05 pm
WhatsApp Image 2021-04-29 at 4.51.09 PM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা(স্বা) সংগঠনৰ পৰা অব্যাহতি দিয়া শীৰ্ষ নেতা জীৱন মৰাণ অৱশেষত তিনিটা দশকৰ পিছত উভতি আহিল মূলসুঁতিলৈ।

মূল সুঁতিলৈ উভতি আহিল যদিও আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্তই সকীয়াই দিলে আত্মসমৰ্পনকাৰী জীৱন মৰাণক।

Apply Now

তিনিটা দশকৰ মূৰত উভতি অহা জীৱন মৰাণক সতৰ্ক কৰি মহন্তই কয়, “জীৱন মৰাণে নিজাববীয়াকৈ আত্মসমৰ্পণ কৰি উভতি আহিছে। আমি কোনো ধৰণৰ তেল মাৰি থকা নাই তেওঁলোকক।‘

তেওঁ লগতে জীৱন মৰাণক সকিয়নী দি কয়, ‘যদিহে অসমৰ নাগৰিক হিচাপে আহিছে তেনেহলে একো কব লগীয়া নাই কিন্তু যদি অসমলৈ আলফাক সহায় কৰাৰ স্বাৰ্থত আহিছে তেনেহলে বহুতেই ভুল কৰিছে।‘

উল্লেখযোগ্য যে, ব’ৰ্ডাৰ পিলৰ নম্বৰ ১৬৩-১৬৪ৰ মাজেৰে প্ৰৱেশ কৰিছিল ভাৰতত। কিছু সময়ৰ পূৰ্বে মৰাণক সেনাৰ পৰা অসম আৰক্ষীয়ে চমজি লোৱা বুলি জানিব পৰা গৈছে।

কিছু সময় পাছতেই ডিব্ৰুগড় জিলাৰ অসম চিকিৎসা মহাবিদ্যালয়ত আহি মৰাণ উপস্থিত হ’ব আৰু তাতেই তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব।

সূদীৰ্ঘ প্ৰায় চাৰিটা দশক উত্তৰ পূৱ ভাৰতৰ অন্যতম বিদ্ৰোহী সংগঠনটোৰ নেতৃত্ব দি অহা ৬৭ বছৰীয়া জীৱন মৰাণক সম্পূৰ্ণ স্বাস্থ্যজনিত কাৰণত আলফা(স্বা)ৰ পৰা অব্যাহিত দিয়াৰ কথা সংগঠনটোৱে এক বিবৃতিৰ যোগে প্ৰকাশ কৰিছিল।

উল্লেখ্য যে ১৯৮৪ চনত আলফাত যোগদান কৰি দ্বিতীয় বেটচৰ সদস্য হিচাপে ম্যানমাৰ কাচিন আৰ্মিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা জীৱন মৰাণ ওৰফে গুণড ডাঙৰীয়াই সুদীৰ্ঘ ৩৭ বছৰ ধৰি বিদ্ৰোহী সংগঠনটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত সুচাৰুৰূপে দায়িত্ব পালন কৰি আহিছে।

আলফাত থকা অৱস্থাত জীৱন মৰাণে ১৯৯০ চনৰ ভাৰতীয় সেনাৰ বজৰং অপাৰেশ্যন পিছতে অৰুণাচল প্ৰদেশৰ মানভূম অঞ্চলত আলফাৰ নতুনকৈ নিৰ্মাণ কৰা শিবিৰৰ দায়িত্বত আছিল।

বজৰং অপাৰেশ্যনৰ আৰু ভূটানৰ অপাৰেশ্যন অল ক্লীয়াৰৰ পিছত পূৰ্বৰ তুলনাত ভাঙি পৰা আলফাক পুনৰ শক্তিশালী কৰাৰ দায়িত্বত নিজকে নিয়োজিত কৰি আহিছিল জীৱন মৰাণে।

যুদ্ধ বিৰতি তথা আলোচনাপন্থী আলফাৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰি জীৱন মৰাণে আলফা(স্বা) বিত্ত সম্পাদকৰ দায়িত্ব পালন কৰি বিদ্ৰোহী সংগঠনটোৰ নেতৃত্ব দিয়াতহে মনোনিৱেশ কৰে।

প্ৰায় ৩৭ বছৰৰ পিছত সংগঠনটোৰ পৰা অব্যাহতি লোৱা আলফা(স্বা)ৰ জ্যেষ্ঠ নেতা মেজৰ জেনেৰেল জীৱন মৰাণে অসুখীয়া স্বাস্থ্যৰ চিকিৎসা গ্ৰহণ কৰাৰ লগতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উবনত থকা নিজ গৃহত জীৱনৰ বাকী কালছোৱা পৰিয়ালৰ সৈতে কটাব বুলি জানিব পৰা গৈছে।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd