• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভেকচিনৰ দামৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰৰ মাজত বৈষম্য কিয়? প্ৰশ্ন কৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2021 6:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড ভেকচিনৰ মূল্যসমূহক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে চৰকাৰে যদি দেশক কৰোণামুক্ত কৰাৰ সংকল্প লৈছে, তেনেহ’লে ভেকচিনৰ মূল্য ৰাজ্য আৰু কেন্দ্ৰৰ বাবে বেলেগ বেলেগকৈ ধাৰ্য কৰা হৈছে?

Apply Now

কেৱল সেয়াই নহয়, কৰোণা সংক্ৰান্ত কোনো তথ্য যাতে গোপন কৰা নহয়, সেয়াও নিশ্চিত কৰিব লাগিব আদালতত।

বিচাৰপতি ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এক ডিভিজন বেঞ্চৰ তৰফৰ পৰা এনেদৰে কেন্দ্ৰীয় চৰকাৰক তিৰষ্কাৰ কৰা হয়।

উচ্চতম ন্যায়ালয়ে কয় যে ভেকচিনৰ মূল্যৰ পৰা কিনাৰ প্ৰক্ৰিয়ালৈকে বৈষম্য দেখা গৈছে।

উল্লেখযোগ্য যে ভাৰতৰ ক’ভিড উৎপানকাৰী সংস্থা চেৰাম ইনষ্টিউট আৰু ভাৰত বায়োটেকে ইতিমধ্যে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক কিমান কিমান দৰত ভেকচিনসমূহ বিক্ৰী কৰিব, সেয়া ঘোষণা কৰিছে।

এই অনুসৰি ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰতকৈ দুগুণ উচ্চ দৰত ভেকচিনসমূহ ক্ৰয় কৰিব লাগিব।

এইক্ষেত্ৰত চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।

কেন্দ্ৰ চৰকাৰক উচ্চতম ন্যায়ালয়ে কয় যে দেশৰ নাগৰিক হিচাপে এই বৈষম্য কিয় মানি লব নোৱাৰি।

”টকা দিয়েই যেতিয়া কিনা হ’ব, তেনেহ’লে এই বিভেদ কিয়? আমি কোনো নিৰ্দেশ দিয়া নাই, কিন্তু আপোনালোকে বিষয়টি ভাবি চোৱা উচিত।”- কেন্দ্ৰ চৰকাৰক উচ্চতম ন্যায়ালয়ে এইদৰে কয়।

তদুপৰি উচ্চতম ন্যায়ালয়ে কয় যে আমেৰিকাই ভাৰততকৈ কম দামতে অষ্ট্ৰজেনেকা (AstraZeneca) ভেকচিন বিক্ৰী কৰিছে।

”কেন্দ্ৰ বা ৰাজ্য. যিয়েই ভেকচিন ক্ৰয় নকৰক কিয়, সেয়া কিনা হৈছে সাধাৰণ মানুহৰ বাবে। সেইক্ষেত্ৰত বেলেগ বেলেগ দাম কিয়?”- উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm
ভাৰতৰ ই-২০ পেট্ৰ’লৰ প্ৰস্তাৱ ভূটানে নাকচ কৰা খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ   

ভাৰতৰ ই-২০ পেট্ৰ’লৰ প্ৰস্তাৱ ভূটানে নাকচ কৰা খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ  

July 5, 2026 4:20 pm
গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

July 5, 2026 3:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd